কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বনজসম্পদCommon Noun
যি বোৰ সম্পদ আমি প্ৰকৃতি বা অৰণ্যৰ পৰা আহৰণ কৰোঁ
the resources we derive from forests
- বনজুইbon.juiAbstract Noun
হাবিত লগা অনিয়ন্ত্ৰিত জুই৷
An uncontrolled, non-structured fire that occurs in the jungle.
- বননিbananiNoun
বনেৰে ঢাক খাই থকা ঠাই; ঘাঁহনি
grassy land; lawn
- বনপালbon.palAbstract Noun
যি ব্যক্তিয়ে বন-জঙ্ঘল সুৰক্ষা দিয়ে৷
A person who keeps watch over a forest and protect its wild animals etc.
- বনপালকbon.pa.lokAbstract Noun
যি ব্যক্তিয়ে বন-জঙ্ঘল সুৰক্ষা দিয়ে৷
A person who keeps watch over a forest and protect its wild animals etc.
- বনফুলbon.phulCommon Noun
ইচ্ছাকৃত খেতিৰ অবিহনে হাবিত জন্মা গছ-গছনিৰ ফুল৷
the flower of a plant that normally grows in fields, forests, etc., without deliberate cultivation.
- বনবহ্নিAbstract Noun
হাবিত লগা অনিয়ন্ত্ৰিত জুই৷
An uncontrolled, non-structured fire that occurs in the jungle.
- বনবাসbanabāsaNoun
হাবিত বাস কৰা; হাবিত থকা কাৰ্য্য
living in the forest
- বনবাসীbo.no.ba.xiProper Noun
হাবিত বাস কৰা বা থকা মানুহ ৷
A man dwelling in the forest.
- বনবিৰালীbon.bi.ra.liCommon Noun

হেপা/হাপাবোৰ ইউৰোপ, পশ্চিম এচিয়া আৰু আফ্ৰিকাত কম-বেছি পৰিমানে পোৱা যায় | ইহঁতে সৰু-সৰু স্তন্যপায়ী প্ৰাণী, চৰাই বা তেনে ধৰণৰ সৰু জীৱ ভক্ষণ কৰে | ঘৰচীয়া মেকুৰী হাপাৰ উত্তৰসূৰী বুলি ধাৰণা কৰা হয় | হাপাৰ বিভিন্ন উপপ্ৰজাতি বিভিন্ন ঠাইত বিস্তৃত হৈ আছে যদিও ইহঁতক মূলত তিনি ভাগত বিভক্ত কৰিব পাৰি:
(i) আফ্ৰিকান হাপা (লীবিকা শ্ৰেণী): পশ্চিম আফ্ৰিকাৰ বাহিৰে প্ৰায় সমগ্ৰ আফ্ৰিকা জুৰি বিস্তৃত হৈ আছে |

(ii) ইউৰোপীয় হাপা (চিলভাস্ত্রিচ শ্ৰেণী): নৰৱে, চুইডেন আৰু ফিনলেণ্ডৰ বাহিৰে প্ৰায় সকলোবোৰ ইউৰোপীয় দেশতে পোৱা যায় |

(iii) ভাৰতীয় হাপা (অৰনাটা শ্ৰেণী): মধ্য পূৱ আৰু উত্তৰ পূৱ ভাৰতৰ পৰা আৰম্ভ কৰি ৰাচিয়া, চীন আদিলৈকে পোৱা যায় |

মেকুৰীৰ দৰে হাপাবোৰেও পৰিস্থিতিৰ লগত খহজে খাপ খাই যাব পাৰে | গাৰ বৰণ পাতল মুগা আৰু মাজে মাজে ক'লা ক'লা পটি থাকে | দীঘলে প্ৰায় ৪৫ - ৮০ চে. মি. আৰু ওজন প্ৰায় ৩ - ৮ কিলোগ্ৰাম হয় | ওখি প্ৰায় ৩৫ চে.মি. আৰু নেজডাল প্ৰায় ৩০ চে.মি. পৰ্য্যন্ত দীঘল হয় | ভাৰতীয় হাপাবোৰ তুলনামূলকভাবে সৰু আৰু গোটেই শৰীৰত পাতল মটীয়া ৰঙৰ মাজত ক'লা ক'লা ফোঁট থাকে | কেতিয়াবা অৱশ্যে পটিযুক্ত হোৱাও দেখা যায় | হাপাবোৰে প্ৰায় ৩ বৰ্গ কি.মি. পৰিসৰৰ অঞ্চলৰ ভিতৰতে বিচৰণ কৰি থাকে |

The wildcat (Felis silvestris) is a small felid native to Europe, the western part of Asia, and Africa. It is a hunter of small mammals, birds, and other creatures of a similar size. The ubiquitous domestic cat (Felis silvestris catus) is the predecessor of the wildcat. There are several subspecies distributed in different regions. Among them, three distinct populations of the wild cat have been widely found:
(i) The African wild cat (Lybica group) ranges throughout Africa and the Middle East, with exception of western Africa where there are rainforests.

(ii) The European wild cat (Silvestris group) inhabits the coniferous and deciduous woodlands everywhere in Europe but not in Scandinavia (Norway, Sweden, Finland).

(iii) The Indian wild cat (Ornata group) inhabits the semi-desert and steppelands in parts of the Middle-East & N-E India, Russia, and China.

In its native environment, the wildcat is adaptable to a variety of habitat types: savanna, open forest, and steppe. Although domesticated breeds show a great variety of shapes and colours, wild individuals are medium-brown with black stripes, between 45 and 80 cm in length, and weigh between 3 and 8 kilograms. Shoulder height averages about 35 cm and tail length is about 30 cm.The Indian wild cat (Felis silvestris ornata), the cats living in the North-East India and eastern parts of their range tend to be smaller. They have a light sandy ground color with brown spotted markings, which sometimes converge into stripes along their backs.

The wildcat is extremely timid. It avoids approaching human settlements. It lives solitarily and holds a territory of about 3 km². A study by the National Cancer Institute suggests that all current house cats in the world are descendants from a group of self-domesticating wildcats 10,000 years ago, somewhere in the Near East.

- বনবোন্দাbon.bo’n.daCommon Noun

- বনভূমিbo.no.bhu.miAbstract Noun
বনৰীয়া জীৱ-জন্তু আৰু গছ-গছনিৰে ভৰা অথবা সিহঁতৰ বাবে সংৰক্ষিত অঞ্চল
an area covered by or reserved for wild vegetations and animals
- বনভোজbon.bho’jProper Noun
অনেক মানুহ গোট খাই প্ৰাকৃতিক পৰিৱেশত খাই-বৈ কৰা আনন্দ-উৎসৱ৷
an excursion or outing in which the participants carry food with them and share a meal in the open air.
- বনমন্ত্ৰীbon.mon.triProper Noun
ৰাজ্যৰ মন্ত্ৰীসভাৰ বন (অভয়াৰণ্য) বিভাগৰ মন্ত্ৰী ৷
Minister for Forest Department, is a position in the Indian Cabinet.
- বনমানুহbon.ma.nuhCommon Noun
এবিধ নেজ নথকা বান্দৰ
a monkey without tails
- বনমালাbanamālāNoun
বন-ফুলৰ মালা
a garland of wild flowers
- বনমালীbanamālīNoun
বনমালা পিন্ধোতা; কৱষ্ণ
Kṛṣṇa
- বনসম্পদCommon Noun
যি বোৰ সম্পদ আমি প্ৰকৃতি বা অৰণ্যৰ পৰা আহৰণ কৰোঁ
the resources we derive from forests
- বনস্থলীAbstract Noun
বনৰীয়া জীৱ-জন্তু আৰু গছ-গছনিৰে ভৰা অথবা সিহঁতৰ বাবে সংৰক্ষিত অঞ্চল
an area covered by or reserved for wild vegetations and animals
- বনস্পতিbanaspatiNoun
অতি বৱহৎ গছ; আঁহত গছ, বট গছ; সাধাৰণতঃ যি গছত ফল ধৰে কিন্ত্ত ফুল নধৰে।