কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তাম্ৰাক্ষCommon Noun
ক’লা বৰণৰ এক সাধাৰণ চৰাই
a black colored common bird
- তাম্ৰাক্ষৰীtāmrākṣarīNoun
তাম-বৰণীয়া আখৰেৰে লিখা বুলি কথিত বাৰ- ভূঞাসকলৰ গুপ্ত শাস্ত্ৰ-বিশেষ
a mystic scripture of the Bhuyans
- তাম্ৰিকাMaterial Noun
দৰৱ আৰু ৰাগীয়াল বস্তুৰূপে ব্যৱহাৰ কৰা, কেনাবিছ প্ৰজাতিৰ গছৰ ফুলৰ পৰা তৈয়াৰ কৰা ঔষধ
a drug produced from Cannabis flower and used for medicinal and recreational purposes.
- তাম্ৰেশ্বৰীtāmreśbarīNoun
সদিয়াৰ তামৰ মন্দিৰত পূজা কৰা কেঁচাইখাঁতী গোসানী
the goddess worshipped at the copper temple of Sadiya
- তামৰta.morMaterial Noun
প্ৰায় সকলো উদ্ভিদ আৰু প্ৰাণীৰ বাবে অপৰিহাৰ্য্য স্বচ্ছ, বৰণহীন, গন্ধহীন আৰু স্বাদহীন জুলীয়া পদাৰ্থ
A clear, colorless, odorless, and tasteless liquid, H<sub>2</sub>O, essential for most plant and animal life.
- তামৰ মন্দিৰtāmara, mandiraNoun
সদিয়াত থকা কেঁচাইখাতী গোসানীৰ মন্দিৰ
a temple at Sadiya
- তামৰসCommon Noun
ডাঙৰ-ডাঙৰ পাত, গুলপীয়া ৰঙৰ সুগন্ধি ফুল, বহল, ঘূৰণীয়া, ফুটা থকা গুটিৰ আধাৰ আৰু মঙহাল শিপা যুক্ত, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এবিধ জলজ উদ্ভিদ।
An aquatic plant native to southern asia and australia, having large leaves, fragrant, pinkish flowers, a broad, rounded, perforated seedpod, and fleshy rhizomes.
- তালtālaNoun
নাচ, গীত আদিৰ কাল-ক্ৰিয়াৰ ছেও আৰু পৰিমাণ নিৰুপণ কৰিবলৈ বাদ্য-যন্ত্ৰত কৰা আঘাত; গীতৰ সুৰৰ তাৰতম্য দৰ্শাবলৈ কৰা চপৰিয়াই বজোবা বাদ্যৰ বাজন
control or regulation of musical time or rate of movement
- তাল মণিকূটtal mo.ni.kutProper Noun
পৱন বৰদলৈৰ মূলতঃ তবলা আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিছু বিষয়ক লৈ ৰচিত এখন অসমীয়া গ্ৰন্থ৷
a classic text on the tabla and some aspects of Indian classical music by Paban Bordoloi.
- তাল-ফালtal-phalAbstract Noun
বহুলোকে একে লগে উচ্চ স্বৰে কথা কওঁতে হোৱা ধৰণৰ শব্দ
a lot of noise, like when a number of people speak loadly simuultenously.
- তাল-বেতালtāla-betālaNoun
দুটা ভূত বা উপদেবতাৰ নাম [ইহঁতক বশ কৰি বিক্ৰমাদিত্য ৰজাই অনেক আচৰিত কৰ্ম্ম কৰাইছিল।]
names of two spirits at the beck and call of King Vikramāditya
- তাল-মানtāla-mānaNoun
সঙ্গীতত তালৰ জোখত চাপৰি পৰা আৰু নপৰা ঠাই।
- তাল-মিলtal-milAbstract Noun
মানুহৰ মাজত সহযোগ বা পৰস্পৰ সহনশীলতাৰ এক অৱস্থা
a state of cooperative or mutually tolerant relations between people
- তালকMaterial Noun
দোৱাৰ আদি বন্ধ কৰি থবলৈ ব্যৱহৃত এবিধ আহিলা যাক কেৱল মাত্ৰ এটা চাবিৰেহে খুলিব পৰা যায়৷
a fastener attached to a door that can be opened by only a unique key
- তালধ্বজta.lo.dhwojProper Noun
শ্ৰীকৃষ্ণৰ জেষ্ঠ ককায়েক বলৰাম হৈছে বিষ্ণুৰ অষ্টম অৱতাৰ৷
the elder brother of Sri Krishna, Balram is the eighth incarnation of Lord Vishnuis.
- তালফালNoun
অস্হিৰ অবস্হা
restlessness
- তালাtālāNoun
খঁৰা
a kind of bamboo basket
- তালাংকta.lang.koProper Noun
শ্ৰীকৃষ্ণৰ জেষ্ঠ ককায়েক বলৰাম হৈছে বিষ্ণুৰ অষ্টম অৱতাৰ৷
the elder brother of Sri Krishna, Balram is the eighth incarnation of Lord Vishnuis.
- তালাকtālākaNoun
মুছলমান মতা-তিৰোতাৰ এৰা-এৰি হোবা ঘোষণা
a divorce among Mussalmans
- তালাচtālācaNoun
অনুসন্ধান
search