কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছৰ্তchartaNoun
চুক্তি; বান্ধনি; নিয়ম
condition
- ছৰ্দাৰchardāraNoun
নায়ক; সাবধান লওঁতা; তদাৰক কৰোঁতা
a head man
- ছৰ্দিchardiNoun
পানী লগা
cold
- ছৰ্পতcharpataNoun
টেঙা, মিছিৰি বা চেনি মিহলাই কৰা চেঁচা পানী
a cold drink
- ছৰ্বতcharbataNoun
টেঙা, মিছিৰি বা চেনি মিহলাই কৰা চেঁচা পানী
a cold drink
- ছৰ্ভেcharbheNoun
মাটি জৰিপ কৰা কাৰ্য্য।
survey
- ছৱালso.walCommon Noun
মতা মানুহৰ সৰু অৱস্থা ৷
A youthful male person.
- ছ’ডাNoun
ছ’ডা
ছ’ডা
- ছ’ডালাইমNoun
ছ’ডালাইম
ছ’ডালাইম
- ছ’ডিয়াম কাৰ্বনেটNoun
ছ’ডিয়াম কাৰ্বনেট
ছ’ডিয়াম কাৰ্বনেট
- ছ’ডিয়াম হাইড্ৰক্সাইডNoun
ছ’ডিয়াম হাইড্ৰক্সাইড
ছ’ডিয়াম হাইড্ৰক্সাইড
- ছ’ল্ডাৰMaterial Noun
ছ’ল্ডাৰ
ছ’ল্ডাৰ
- ছ’ৱাইন ফ্লুso``.wa.in fluProper Noun
গাহৰিৰ শৰীৰৰ পৰা অহা ভাইৰাচৰ বাবে হোৱা এবিধ জ্বৰ৷
Swine influenza is an infection of a host animal by any one of several specific types of microscopic organisms called "swine influenza virus". A swine influenza virus (SIV) is any strain of the influenza family of viruses that is usually hosted by (is endemic in) pigs.