কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পুৰণিpuraṇiAdjective
নতুন নোহোবা; প্ৰাচীন; চিৰকলীয়া; বহু-কলীয়া
old; ancient; of long standing
- পুৰণিকলীয়াpu.ro.ni.ko.liyaProper Adj.
বুৰঞ্জীৰ বা জনস্মৃতিৰো আগৰ কালৰ, বহু পুৰণি ৷
long past; beyond the limits of memory or tradition or recorded history.
- পুৰস্কৃতpu.ros.kritVerbal Adj.
সফলতা বা বৰঙণিৰ বাবে ৰাজহুৱাভাৱে সন্মান জনোৱা।
given public respect for an achievement or contribution.
- পুৰাণpurāṇaAdjective
পুৰণি; যেনে-"এমনে আত্মায়ো পুৰাণ দেহক এড়ি নবীন দেহক স্বীকাৰ কৰে" (ক. গী.)
old
- পুৰাণপ্ৰসিদ্ধProper Adj.
কাহিনীৰ জৰিয়তে অতি বিখ্যাত
very famous through stories
- পুৰাতনpurātanaAdjective
পুৰণি।
- পুৰাতনীয়াAdjective
পুৰণি- কলীয়া; অতীজৰ; আগৰ দিনৰ
ancient
- পুৰাতাত্ত্বিকProper Adj.
প্ৰাচীন সংস্কৃতিৰ অধ্যয়ন, বিশেষকৈ খনন আৰু ভৌতিক অৱশেষৰ অধ্যয়নৰ সৈতে জড়িত।
Related to the study of ancient culture, esp. by excavation and analysis of physical remains.
- পুৰাতাত্বিকpuratatwikProper Adj.
প্ৰাচীন সংস্কৃতিৰ অধ্যয়ন, বিশেষকৈ খনন আৰু ভৌতিক অৱশেষৰ অধ্যয়নৰ সৈতে জড়িত।
Related to the study of ancient culture, esp. by excavation and analysis of physical remains.
- পুৰুষকেন্দ্ৰিকProper Adj.
পুৰুষক প্ৰাধান্য দিয়া
giving more emphasis on male gender of the population
- পুৰুষত্বহীনpu.ru.xotwo.hinProper Adj.
যৌন শক্তিহীন বা প্ৰজনন ক্ষমতাহীন (পুৰুষ)
(A male) unable to achieve an erection or having lack of sexual power or reproductive ability
- পুৰুষশাসিতProper Adj.
পুৰুষৰ দ্বাৰা শাসিত বা আধিপত্য থকা শাসন ব্যৱস্থা
ruled or dominated by men
- পুৰুষসুলভpu.rux.xu.lobhAdjective Adj.
পৰম্পৰাগতভাৱে পুৰুষৰ দেহত থাকিবলগীয়া গুণ বিশিষ্ট৷
having or denoting those good qualities traditionally associated with men, such as courage, strength, and spirit.
- পুৰোগামীpurogāmīAdjective
আগ-ৰণুবা।
- পুৰোবৰ্তীpurobartīAdjective
আগত থকা।
- পুৱালিpu.ba.liProper Adj.
ৰাতিপুৱাৰ সময়ত হোৱা বা কৰা
happening in the morning
- পূজনীয়Adjective
[সং.] পূজা; পূজনৰ যোগ্য; মাননীয়
fit to be worshipped; honoured
- পূজাৰ্হpu.jar.hoProper Adj.
বয়স বা প্ৰভাৱশালী ব্যক্তিত্বৰ বাবে সন্মান পোৱাৰ যোগ্য
commanding respect because of great age or impressive dignity
- পূজিতAdjective
পূজা পোবা; সম্মান পোবা; . কৱদ
worshipped; praised; honoured
- পূজ্যAdjective
[সং.] পূজনীয়।