পুৰাণ
purāṇa
অৰ্থ
1.
পুৰণি; যেনে-"এমনে আত্মায়ো পুৰাণ দেহক এড়ি নবীন দেহক স্বীকাৰ কৰে" (ক. গী.)
old
বিণ.
2.
ব্যাসদেব- বিৰচিত নীতি আৰু ধৰ্ম্মমূলক পুৰণি উপাখ্যান থকা পুথি [ইয়াৰ ভিতৰত ওঠৰখনৰ নাম মহাপুৰাণ; যেনে-ব্ৰহ্মা, বিষ্ণু, শিব, ভাগবত, মাৰ্কণ্ডেয়, পদ্ম, নাৰদ, অগ্নি, ভবিষ্য, ব্ৰহ্মবৈবৰ্ত্ত, লিঙ্গ, বৰাহ, স্কন্দ, বামন, কুৰ্ম্ম, মৎস্য, গৰুড়, ব্ৰহ্মাণ্ড; এইবিলাকৰ বাজেও অনেক উপপুৰাণ আছে।]
Hindu mythological works; Hindu sacred and poetical works of which eighteen are the chief
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ