কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তামুলী-ফৰিংtāmulī-pharimNoun
তামোল খোবা মানুহৰ মুখৰ দৰে ৰঙা ওঁঠেৰে এবিধ ফৰিং
a kind of grasshopper with red maulibles
- তামূলীtāmūlīNoun
ডাঙৰ মানুহৰ তামোল কাটি দিয়া মানুহ; তামোল-কটা; ; মুছলমানৰ দৰা-ধৰা লোক।
an attendant who prepares and serves betelnut
- তামোলtāmolaNoun
এবিধ তাল-জাতীয় গছ আৰু তাৰ ফল
the areca-palm and its fruit; the betel or areca-nut
- তামোল নোখোবা সম্প্ৰদায়tāmola, nokhobā, sampradāẏaNoun
অসমৰ এটা সম্প্ৰদায়
a religious sect of Assam
- তামোল-থুকীয়াtāmola-thukīẏāNoun
অলপ হালধীয়া বৰণৰ ডাঠ সৰু সৰু চকলীয়া পাতেৰে এবিধ তামোল গছত বগোবা লতা
parasite generally found on areca-nut trees
- তামোল-মাহীtāmola-māhīNoun
অলপ হালধীয়া বৰণৰ ডাঠ সৰু সৰু চকলীয়া পাতেৰে এবিধ তামোল গছত বগোবা লতা
parasite generally found on areca-nut trees
- তামোলনিCommon Noun
তামোল গছৰ বাৰী
a garden of coconut trees
- তামোলপাণta.mo’l-panCommon Noun
তামোল গছৰ গুটি, যাক পাণৰ পাত, চূণ আৰু অন্য গোন্ধযুক্ত দ্ৰৱ্যৰ সৈতে মৃদু উত্তেজক হিচাপে খোৱা হয়৷
The seed of the betel palm, chewed with betel leaves, lime, and flavorings as a mild stimulant.
- তামোলবাৰীCommon Noun
তামোল গছৰ বাৰী
a garden of coconut trees
- তাম্বুলtam.bulCommon Noun
তামোল গছৰ গুটি, যাক পাণৰ পাত, চূণ আৰু অন্য গোন্ধযুক্ত দ্ৰৱ্যৰ সৈতে মৃদু উত্তেজক হিচাপে খোৱা হয়৷
The seed of the betel palm, chewed with betel leaves, lime, and flavorings as a mild stimulant.
- তাম্বূলtāmbūlaNoun
তামোল।
- তাম্ৰtāmraNoun
তাম।
- তাম্ৰকtam.rokMaterial Noun
NULL
a malleable, ductile, metallic element having a characteristic reddish-brown color: used in large quantities as an electrical conductor and in the manufacture of alloys, as brass and bronze. Symbol: Cu; atomic weight: 63.54; atomic number: 29; specific gravity: 8.92 at 20°C
- তাম্ৰকূটtāmrakūṭaNoun
ধঁপাত গছ
tobacco shrub
- তাম্ৰপট্টtāmrapaṭṭaNoun
ৰজাই মাটি আদি দান কৰাৰ কথা লিখা তামৰ ফলি
a copper-plate on which grants of land, etc., made by a king are inscribed
- তাম্ৰপত্ৰtāmrapatraNoun
ৰজাই মাটি আদি দান কৰাৰ কথা লিখা তামৰ ফলি
a copper-plate on which grants of land, etc., made by a king are inscribed
- তাম্ৰফলকtāmraphalakaNoun
ৰজাই মাটি আদি দান কৰাৰ কথা লিখা তামৰ ফলি
a copper-plate on which grants of land, etc., made by a king are inscribed
- তাম্ৰফলিtāmraphaliNoun
ৰজাই মাটি আদি দান কৰাৰ কথা লিখা তামৰ ফলি
a copper-plate on which grants of land, etc., made by a king are inscribed
- তাম্ৰলিপিta.mro.li.piAbstract Noun
An (often ancient) inscription on copper plate
- তাম্ৰশাসনtāmraśāsanaNoun
তামৰ ফলিত কাটি দিয়া ৰাজ-আজ্ঞা।