← ফুৰি যাওক

তামোল

tāmola

অৰ্থ

1.

এবিধ তাল-জাতীয় গছ আৰু তাৰ ফল

the areca-palm and its fruit; the betel or areca-nut

বি.

2.

পাণ, চূণ-আদিৰে মিহলাই খাবলৈ কটা তামোল

a preparation of areca-nut, betel-leaf and lime for chewing

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তামোল · অসমীয়া অভিধান