কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পুনৰাবৃত্তীয়Verbal Adj.
বাৰে-বাৰে পুনৰাবৃত্তি হোৱা ধৰণৰ
pertaining to or characterized by repetition, i.e. doing or hapenning again and again
- পুনৰুক্তpu.no.ruk.toVerbal Adj.
যিটো বাৰে বাৰে কোৱা হৈছে
which has been said or referred again and again
- পুনৰুজ্জীবিতpunarujjībitaAdjective
পুনৰ্বাৰ জীবন বা চেতনা পোবা
Revitalised
- পুনৰ্মিলিতpu.nor.mi.li.toVerbal Adj.
বিচ্ছেদৰ পিছত যি আকৌ মিলিত হ’ল
united again, as after separation
- পুনৰ্মুদ্ৰিতpu.nor.mud.ri.toVerbal Adj.
আগেয়ে ছপা কৰাখিনি পুনৰ ছপা কৰা
reproduced in print which was printed earlier
- পুবতিpubatiAdjective
ৰাতি পুবাওঁ পুবাওঁ হোবা; পুবাৰ ওচৰ হোবা
approaching dawn
- পুবতীয়াpubatīẏāAdjective
ৰাতি পুবাওঁ পুবাওঁ হোবা; পুবাৰ ওচৰ হোবা
approaching dawn
- পুলকিতAdjective
অতি আনন্দিত; আনন্দত ৰোমাঞ্চিত
thrilled with joy
- পুষ্টpuṣṭaAdjective
মঙহাল; নোদোকা; শকত
fat; fleshy
- পুষ্টিকাৰকpus.ti.ka.rokProper Adj.
শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজনীয় সকলো উপাদান থকা (খাদ্য)
(food) that has all nutrients necessary for growth and development
- পুষ্টিকৰpuṣṭikaraAdjective
শক্তিদায়ক; শৰীৰ শকত বা মঙহাল কৰা
nourishing; nutritive
- পুষ্টিবৰ্দ্ধকpus.ti.bor.dhokProper Adj.
শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজনীয় সকলো উপাদান থকা (খাদ্য)
(food) that has all nutrients necessary for growth and development
- পুষ্পবতীAdjective
ৰজস্বলা হোবা; ঋতুমতী
menstruous
- পুষ্পিতAdjective
ফুল-ধৰা; ফুল-থকা
flowering; having flowers
- পুষ্পৱতীpus.po.wo.tiProper Adj.
মাহেকীয়া ৰক্তস্ৰাৱ হৈ থকা তিৰোতা ৷
A woman in her monthly courses.
- পুষ্পৱন্তpus.po.won.toProper Adj.
ফুলৰ ছবি থকা (গামোচা); ৰহণ সনা (বক্তৃতা)।
Of or relating to or suggestive of flowers (a flowery hat); Marked by elaborate rhetoric and elaborated with decorative details (a flowery speech).
- পুষ্পৱানpus.po.banVerbal Adj.
ফুলি থকা বা ফুল মেলা
in bloom or flowering
- পুস্তকমগ্নProper Adj.
0
engrossed in books
- পুহীয়াpuhīẏāAdjective
পুহৰ মাহত হোবা
born or produced in the month of Pauṣa
- পুৰণাpu.ro.naProper Adj.
অতীত কালৰ সৈতে সম্বন্ধ থকা
related to the old times