← ফুৰি যাওক

পুষ্পিত

অৰ্থ

1.

ফুল-ধৰা; ফুল-থকা

flowering; having flowers

বিণ.

2.

মনোমোহা; সুশ্ৰাব্য; যেনে-"পুষ্পিত কাব্য"

charming; florid

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ