কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিমাত-নিবোলProper Adj.
কথা কবলৈ ইচ্ছা নকৰা
Who doesn`t want to speak
- নিমিত্তভাগীni.mit.to.bha.giVerbal Adj.
নামমাত্ৰ দায়ী অৰ্থাৎ কোনো কাৰ্য্যৰ বাবে মাত্ৰ কিছু পৰিমাণেহে দায়ী
nominally or very little responsible for any act
- নিমীলিতnimīlitaAdjective
জপোবা; মুদ যোবা
closed (said of the eye)
- নিমুবাnimubāAdjective
পেটৰ কথা খুলি নোকোবা
reserved; reticent
- নিমুৱাni.muwaProper Adj.
কথা বতৰা বৰকৈ নোকোৱা বা কবলৈ মন নেমেলা, কথাত সাৱধানী ।
not willing to speak or not habituated to speaking much, cautious in speaking
- নিমূৰ-মূৰাni.mur-mu.raProper Adj.
কোনো লগ নাইকিয়া ব্যক্তি, লগ-সংগ নোহোৱা অৱস্থা
one who has no company; an atmosphere of having no company
- নিমূৰমূৰাnimūramūrāAdjective
ঠাল-ঠেঙুলি নথকা; টকলা
having no branches
- নিমেষ-হীনni.mex-hinProper Adj.
চকু নিটিপিওৱা বা চকুৰ পচাৰ/পলক নপৰা।
Showing no visible emotion and not blinking (eyes) by hearing or seeing something unexpected.
- নিম্নnimnaAdjective
চাপৰ; তলৰ; নাম-ভাগৰ; বহু তললৈ যোবা
low; deep
- নিম্নগামীnim.no.ga.miVerbal Adj.
তললৈ গৈ থকা
Moving or extending in a lower direction
- নিম্নতnimnataAdverb
বাৰেওটি-কাল; সদায়
always
- নিম্নতমnim.no.tomProper Adj.
পদবী বা অৱস্থানৰ ক্ষেত্ৰত আটাইতকৈ তলত
Least high in position or status
- নিম্নতৰProper Adj.
অন্য খিতাপ, অৱস্থান বা কৰ্ত্তৃপক্ষতকৈ তলত
below another in rank, position, or authority
- নিম্নবৰ্গProper Adj.
গুণাগুণ বা মানৰ ক্ষেত্ৰত অতি তলখাপৰ।
Poor in quality or rank.
- নিম্নোক্তnim.no`k.toProper Adj.
তলত উল্লেখ কৰা বা পৰবৰ্তী নিৰ্দেশ কৰা ৷
Mentioned below or referred below
- নিম্নোল্লিখিতnim.noProper Adj.
তলত উল্লেখ কৰা বা পৰবৰ্তী নিৰ্দেশ কৰা ৷
Mentioned below or referred below
- নিমৰমিয়ালnimaramiẏālaAdjective
মৰম বা স্নেহ নথকা
unkind; cruel
- নিমৰমীয়ালni.mo.ro.mi.yalProper Adj.
দুখ বা কষ্ট দিয়া।
inflicting pain or suffering.
- নিযুক্তniyuktaAdjective
কামত লগোবা; কামত স্হাপিত কৰা; নিয়োগ কৰা
engaged; employed
- নিযোজনীয়Adjective
নিযুক্ত কৰিবৰ উপযুক্ত
fit to be employed