← ফুৰি যাওক

নিমূৰমূৰা

nimūramūrā

অৰ্থ

1.

ঠাল-ঠেঙুলি নথকা; টকলা

having no branches

বিণ.

2.

অকলশৰীয়া; বন্ধু বা সহায় নথকা

lonely; helpless

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিমূৰমূৰা · অসমীয়া অভিধান