কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মূৰত লmu.rot loVerb-Trans.
সন্মানেৰে গ্ৰহণ কৰ্, বিশেষকৈ আশীষ, শুভেচ্ছা আদি
to accept respectfully, especially blessings, good wishes etc.
- মূৰা-মূৰিকৈmu.ra-mu.ri.koiAdverb
হ’ব-নহ’ব এনে অৱস্থাত, কিবা প্ৰকাৰে।
only just; scarcely; no more than; almost not.
- মূৰে ভৰি কাঢ়্mu.re bho.ri karhVerb-Intran.
অনাকাংক্ষিত আচৰণ কৰ্ বা সৰ্বজন মান্য বিধিৰ বিপৰীত কোনো কাৰ্য্য কৰ্
to do something that is unexpected or against the accepted norms or order
- মূৰে মূৰেmūre, mūreAdverb
কোনোমতে জোৰাকৈ বা জোৰা মৰাকৈ; কথমপি; নবঢ়া নুটুটাকৈ; কানে কান মাৰি
barely; without leaving a balance
- মূৰেকতmūrekataAdverb
শেষ ফলত; শেষ ফল-স্বৰূপে
in consequence; as a result; ultimately
- মূৰেমূৰেmu.re.mu.reAdverb
হ’ব-নহ’ব এনে অৱস্থাত, কিবা প্ৰকাৰে।
only just; scarcely; no more than; almost not.
- মূৰ্চ্ছা যাmur.sa jaVerb-Intran.
মগজুত তেজৰ সৰবৰাহ বন্ধ হোৱাৰ কাৰণে অস্থায়ীভাৱে চেতনাহীন হোৱা বা সাৰ-সুৰ নোহোৱা হোৱা
to lose consciousness temporarily due to a loss of blood supply to the brain
- মূৰ্চ্ছা-যোৱাmur.sa-jo`.waVerbal Adj.
মূছকঁছ যোৱা বা অচেতন হোৱা
having lost consciousness
- মূৰ্চ্ছিতAdverb
অচেতন হোবা।
- মূৰ্ছা যাmur.sa jaVerb-Intran.
মগজুত তেজৰ সৰবৰাহ বন্ধ হোৱাৰ কাৰণে অস্থায়ীভাৱে চেতনাহীন হোৱা বা সাৰ-সুৰ নোহোৱা হোৱা
to lose consciousness temporarily due to a loss of blood supply to the brain
- মৃতকল্পmri.to.kol.poVerbal Adj.
মৰোঁ মৰোঁ হোৱা অৱস্থা
Being on the point of death; breathing your last.
- মৃতপ্ৰায়mri.to.prayVerbal Adj.
মৰোঁ মৰোঁ হোৱা অৱস্থা
Being on the point of death; breathing your last.
- মৃত্যু বৰণ কৰ্mri.tyu bo.ron korVerb-Intran.
কোনো জীৱিত বস্তুৰ জৈৱিক কাৰ্যকলাপবোৰ বন্ধ হৈ যোৱা অৱস্থা৷
The termination of all biological functions that sustain a living organism.
- মৃত্যু মুখত পৰ্mri.tyu mu.khot porVerb-Intran.
কোনো জীৱিত বস্তুৰ জৈৱিক কাৰ্যকলাপবোৰ বন্ধ হৈ যোৱা অৱস্থা৷
The termination of all biological functions that sustain a living organism.
- মৃত্যু হmrit.yu hoVerb-Intran.
কোনো জীৱিত বস্তুৰ জৈৱিক কাৰ্যকলাপবোৰ বন্ধ হৈ যোৱা অৱস্থা৷
The termination of all biological functions that sustain a living organism.
- মৃত্যুমুখীVerbal Adj.
মৰোঁ মৰোঁ হোৱা অৱস্থা
Being on the point of death; breathing your last.
- মৃদুকৈmri.du.koiAdverb
অলপীয়াকৈ আৰু লাহে লাহে
In a manner that is pleasing to the senses; with low volume.
- মৃদুভাৱেmri.du.bha.weAdverb
অলপীয়াকৈ আৰু লাহে লাহে
In a manner that is pleasing to the senses; with low volume.
- মেচা হme.sa hoVerb-Trans.
তললৈ বহি যা বা সাধাৰণ অৱস্থাতকৈ কিছু তললৈ সোমাই যা।
to become curved, crooked, or bent downwards.
- মেটেৰ্ কৰ্Verb root
যেনে -"বোজাৰ ভৰত কান-মাৰিয়ে মেটেৰ্ মেটেৰ্ কৰিছে।" ক্ৰি. বিণ. মেটেৰাই, মেটেৰ্ কৰে মেটেৰ্ শব্দ কৰি।