কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মধুচক্ৰmodhu.sok.roAbstract Noun
এক কৌশল, যাৰ জড়িয়তে এজন সুদৰ্শন বা আকৰ্ষণীয় ব্যক্তিয়ে আন এজন ব্যক্তিক কোনো কাম কৰিবলৈ বা কোনো কথা ব্যক্ত কৰিবলৈ প্ৰণোদিত কৰে; এনে কৌশলৰ সহায়ত এজন ব্যক্তিয়ে আন এজনক কৰায়ত্তও কৰিব পাৰে৷
a strategy whereby an attractive person coerces another person into doing or revealing something; also, a person employing this strategy to entrap another
- মধুচন্দ্ৰিকাmadhucandrikāNoun
বিয়াৰ পিছতে স্বামী-স্ত্ৰীৰ প্ৰমোদ-বিহাৰ
honey-moon
- মধুদক্ষিকাmo.dhu.do.khyi.kaCommon Noun
হাইমেনপ্টেৰা বৰ্গ আৰু এপইদিয়া পৰিয়ালৰ অন্তৰ্গত গাইগুটীয়া বা সামাজিক, এবিধ পাখিযুক্ত, গাত নোম থকা আৰু সাধাৰণতে বিন্ধিব পৰা ক্ষমতা থকা পতঙ্গ৷ ফুলৰ মৌ চুহিবৰ কাৰণে ইহঁতৰ মুখত বিশেষ ধৰণৰ অংশ থাকে৷
a winged, hairy-bodied, usually stinging insects of the superfamily Apoidea in the order Hymenoptera, including both solitary and social species and characterized by sucking and chewing mouthparts for gathering nectar and pollen.
- মধুদিপmo.dhu.dipProper Noun
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷
Hindu god of love and erotic desire.
- মধুদীপmo.dhu.dipProper Noun
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷
Hindu god of love and erotic desire.
- মধুদ্বিষmadhudbiṣaNoun
ঈশ্বৰ; বিষ্ণু; কৱষ্ণ।
- মধুনাmadhunāNoun
কলগছৰ মাজৰ ঠৰুবাৰ মাটিত লাগি থকা গুৰিটো
the bottom of a plantain tree
- মধুপmadhupaNoun
ভোমোৰা।
- মধুপুৰmadhupuraNoun
মথুৰা নগৰ।
- মধুপৰ্কmadhuparkaNoun
ঘিঁই, মৌ, এবাঁ গাখীৰ, দৈ গাখীৰ, গুৰ বা চেনি, এই পাঁচবিধ বস্ত্ত মিহলাই কৰা উপচাৰ; পঞ্চামৱত
a draught consisting of ghee, honey, milk, curd and sugar
- মধুফলmadhuphalaNoun
অমিত্য
the fruit of the papaya tree
- মধুবনmadhubanaNoun
কিষ্কিন্ধ্যাৰ একখণ্ড হাবি।
- মধুব্ৰতmo.dhu.brotCommon Noun
হাইমেনপ্টেৰা বৰ্গ আৰু এপইদিয়া পৰিয়ালৰ অন্তৰ্গত গাইগুটীয়া বা সামাজিক, এবিধ পাখিযুক্ত, গাত নোম থকা আৰু সাধাৰণতে বিন্ধিব পৰা ক্ষমতা থকা পতঙ্গ৷ ফুলৰ মৌ চুহিবৰ কাৰণে ইহঁতৰ মুখত বিশেষ ধৰণৰ অংশ থাকে৷
a winged, hairy-bodied, usually stinging insects of the superfamily Apoidea in the order Hymenoptera, including both solitary and social species and characterized by sucking and chewing mouthparts for gathering nectar and pollen.
- মধুভৃৎmo.dhu.britCommon Noun

- মধুমক্ষিকাmo.dhu.mo.khyi.kaCommon Noun

- মধুমাসmo.dhu.maxAbstract Noun
অসমীয়া বছৰৰ দ্বাদশ মাহ, ফাগুণৰ পাছত
the twelve month of the Assamese year, after Faagoon
- মধুমেহmadhumehaNoun
বহুমূত্ৰ-ৰোগ
diabetes
- মধুলিটmo.dhu.litCommon Noun
হাইমেনপ্টেৰা বৰ্গ আৰু এপইদিয়া পৰিয়ালৰ অন্তৰ্গত গাইগুটীয়া বা সামাজিক, এবিধ পাখিযুক্ত, গাত নোম থকা আৰু সাধাৰণতে বিন্ধিব পৰা ক্ষমতা থকা পতঙ্গ৷ ফুলৰ মৌ চুহিবৰ কাৰণে ইহঁতৰ মুখত বিশেষ ধৰণৰ অংশ থাকে৷
a winged, hairy-bodied, usually stinging insects of the superfamily Apoidea in the order Hymenoptera, including both solitary and social species and characterized by sucking and chewing mouthparts for gathering nectar and pollen.
- মধুলিহmo.dhu.lihCommon Noun

- মধুলেহmo.dhu.lehCommon Noun