কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভ্ৰান্তিহীনbhran.ti.hinProper Adj.
সত্য বা এক নিৰ্দ্দিষ্ট মানৰ সৈতে হুবহু মিল থকা
Conforming exactly with the truth or a standard
- ভ্ৰামbhrāmaAdjective
ভ্ৰমণশীল
roaming about
- ভ্ৰাম্যমাণbhrāmyamāṇaAdjective
ঘূৰি থকা; ভ্ৰমণশীল।
- ভ্ৰাম্যমানProper Adj.
একে ঠাইতে স্থিতি লৈ নথকা বা সহজে ঘূৰাই লৈ ফুৰাব পৰা।
Capable of being moved, not fixed in place or condition, movable.
- ভ্ৰুকুটি-কুটিলAdjective
ভ্ৰুকুটিযুক্ত
frowning
- ভ্ৰুণীয়Proper Adj.
ভ্ৰুণ সম্পৰ্কীয়, ভ্ৰুণৰ নিচিনা৷
relating to a fetus.
- ভ্ৰূক্ষেপহীনProper Adj.
যি নিজৰ চিন্তাতে মগ্ন
One who is absorbed with thought by oneself
- ভয় পাদুৰাbhoy-.pa.du.raProper Adj.
সহজে ভয়খোৱা, সাহপিত নথকা
lacking courage in facing danger, difficulty, opposition, pain, etc
- ভয় পাদৰাProper Adj.
সহজে ভয়খোৱা, সাহপিত নথকা
lacking courage in facing danger, difficulty, opposition, pain, etc
- ভয়-পাদুৰাbhaẏa-pādurāAdjective
ভয়ত কানি-কষ্টা এৰা; বৰ ভয়াতুৰ
very timid
- ভয়-ভীতbhaẏa-bhītaNoun
ভয়; যেনে-"তাৰ ভয়-ভীত নাই"; eng >fear/eng>.
- ভয়ংকৰbho.yong.korProper Adj.
ভয়, ত্ৰাস বা আতঙ্কৰ সৃষ্টি কৰিব পৰা
able to cause fear or dread or terror
- ভয়ঙ্কৰbhaẏaṅkaraAdjective
ভয়ানক; বৰ ভয় লগোবা; eng >terrible/eng>.
- ভয়লগাbhoy.lo.gaProper Adj.
ভয়, ত্ৰাস বা আতঙ্কৰ সৃষ্টি কৰিব পৰা
able to cause fear or dread or terror
- ভয়হাৰকbhaẏahārakaNoun
ভয় গুচাওঁতা (ঈশ্বৰ)
one who banishes fear
- ভয়হাৰীbhaẏahārīNoun
ভয় গুচাওঁতা (ঈশ্বৰ)
one who banishes fear
- ভয়াতুৰbhaẏāturaAdjective
ভয়ত আতুৰ বা কাতৰ; ভীত; ভয়াল
afraid; timid
- ভয়ানকbhaẏānakaAdjective
ভয়ঙ্কৰ; ভয় লগা
dreadful; terrible
- ভয়াবহbhaẏābahaAdjective
ভয় লগা; ভয়ঙ্কৰ
terrific
- ভয়াৰ্তbhaẏārtaAdjective
ভয়ত আতুৰ বা কাতৰ; ভীত; ভয়াল
afraid; timid