ভয়-ভীত
bhaẏa-bhīta
অৰ্থ
1.
ভয়; যেনে-"তাৰ ভয়-ভীত নাই"; eng >fear/eng>.
বি.
2.
ভয়-যুক্ত; যেনে-"ভৈল মহা ভয়-ভীত সিটো কংসৰায়" (দশম)।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ