কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কামাৰ্তkāmārtaAdjective
কামাতুৰ।
- কামাৰ্ত্তkāmārttaAdjective
কামাতুৰ।
- কামিলাkāmilāAdjective
কামৰ উপযুক্ত, কৰ্ম্মদক্ষ
useful for any work
- কামীkāmīNoun
সৰু-সৰুকৈ চাঁচি লোবা দীঘল বাঁহৰ চিৰা
a long narrow piece of split bamboo
- কামীনka.minProper Adj.
কামভাৱত প্ৰবলভাৱে আসক্ত।
inclined to, characterized by, or inciting to lust or lechery.
- কামুকkāmukaAdjective
কামাতুৰ; কামাৰ্ত্ত
passionate
- কাম্যkāmyaAdjective
কোনো ফল পাবৰ আশাৰে কৰা (কৰ্ম্ম); যেনে -"কাম্য কৰ্ম্ম"
done with a desire to get advantage or benefit
- কামৰূপীkāmarūpīAdjective
ইচ্ছামতে আকৱতি ধৰিব পৰা
assuming any shape at will
- কাল-গ্ৰস্তkāla-grastaAdjective
কাল বা মৱত্যুৰ দ্বাৰা গ্ৰাস হোবা; কালে পোবা; মৰণৰ মুখত পৰা; নষ্ট হোবা
in the grip of death; ruined
- কাল-বশ্যkāla-baśyaAdjective
কালৰ বা মৰণৰ অধীন; যাৰ বিনাশ আছে
subject to destruction
- কালক্ৰমানুযায়ীkal.kro.ma.nu.ja.yiAdjective Adj.
ইটোৰ পিছত সিটো ক্ৰম অনুযায়ী হোৱা বা কিবা ঘটনা আদি আচল সময়ত যিদৰে হৈছিল, তেনেদৰে একাদিক্ৰমে সজোৱা৷
(events etc.)arranged or appearing in sequence, in the order in which they happened.
- কালক্ৰমিকAdjective Adj.
ইটোৰ পিছত সিটো ক্ৰম অনুযায়ী হোৱা বা কিবা ঘটনা আদি আচল সময়ত যিদৰে হৈছিল, তেনেদৰে একাদিক্ৰমে সজোৱা৷
(events etc.)arranged or appearing in sequence, in the order in which they happened.
- কালগ্ৰস্তka.lo.gros.toVerbal Adj.
কোনো কাৰণত ধ্বংস, নষ্ট বা নিৰ্মূল হোৱা।
rendered useless by breaking or destroying by any means.
- কালজয়ীkal.jo.yiProper Adj.
এক অনিৰ্দ্দিষ্ট দীঘলীয়া সময়লৈকে অপৰিৱৰ্ত্তিত হৈ থাকিব বুলি আশা কৰা
expected to remain unchanged for an indefinitely long time.
- কালঞ্জীয়াka.lon.ji.yaProper Adj.
মৰম-চেনেহ নোহোৱা।
having no affection or love.
- কালদগ্ধkāladagdhaAdjective
প্ৰলয়কাৰী; ধ্বংস বা নষ্টকাৰী
destructive
- কালন্জীয়াkālanjīẏāAdjective
নিমৰমিয়াল
devoid of natural affections; unkind
- কালপ্ৰাপ্তProper Adj.
উদ্যম নোহোৱা বা শক্তিহীন
without spirit; lack of energy
- কালাkālāAdjective
ক'লা
black
- কালাতীতkālātītaAdjective
নিৰ্দ্ধাৰিত সময় পাৰ হৈ যোবা বাবে মহত্ত্ব বা বৈধতা নথকা
time-barred