কামৰূপী
kāmarūpī
অৰ্থ
1.
ইচ্ছামতে আকৱতি ধৰিব পৰা
assuming any shape at will
বিণ.
2.
কামৰূপত ওপজা; কামৰূপত কথিত; কামৰূপী-সম্বন্ধীয়
born or spoken in Kamrup; relating to Kamrup
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ