কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অতিক্ৰমনীয়o.ti.kro.mo.ni.yoProper Adj.
যাক উলঙ্ঘা কৰিব পাৰি
that which can be disobeyed
- অতিক্ৰান্তo.ti.kran.toVerbal Adj.
অতিক্ৰম কৰি গৈছে এনেভাৱ ।
passed away, whiled away
- অতিচাৰaticāra
বি . কোনো বস্ত্তৰ বৰ বেছি মাত্ৰা
too much of anything
- অতিথিপ্ৰিয়o.ti.thi.pri.yoProper Adj.
অতিথি বা আলহীক সোধ-পোচ কৰি ভাল পোৱা ।
friendly and welcoming to guests.
- অতিথিপৰায়ণo.ti.thi.po.ra.yonProper Adj.
অতিথি বা আলহীক সোধ-পোচ কৰি ভাল পোৱা ।
friendly and welcoming to guests.
- অতিদীনo.ti.dinProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- অতিদৰ্শীo.ti.dor.xiProper Adj.
ভৱিষ্যতৰ কথা চিন্তা কৰি পৰিকল্পনা কৰা লোক ।
One who thinks for long future and plans prudently for the future.
- অতিন্দ্ৰিয়atindriẏaAdjective
কাণ, চকু আদি ইন্দ্ৰিয়েৰে জানিব নোবৰা; যেনে-অতীন্দ্ৰিয় জ্ঞান
not perceivable by the senses
- অতিপাতatipātaAdjective
নিয়মিত সীমা বা পৰিমাণৰ বাহিৰ হোবা; অতিৰিক্ত
excessive; going beyond limits
- অতিপুৰণিa.ti.pu.ro.niProper Adj.
বুৰঞ্জীৰ বা জনস্মৃতিৰো আগৰ কালৰ, বহু পুৰণি ৷
long past; beyond the limits of memory or tradition or recorded history.
- অতিপৃক্তo.ti.prik.toVerbal Adj.
এনে এক দ্ৰৱ, য`ত দ্ৰৱীভূত পদাৰ্থটো অদ্ৰৱীভূত পদাৰ্থৰ সৈতে সমতুল অৱস্থাতকৈ অধিক পৰিমাণে থাকে।
applicable to a solution that contains more solute than it would if the dissolved solute were in equilibrium with the undissolved solute
- অতিপ্ৰাকৃতo.ti.pra.kritProper Adj.
মানুহ বা সমাজৰ মাজত নচলা কাল্পনিক ঘটনা ৷
মানুহ বা সমাজৰ মাজত নচলা কাল্পনিক (ঘটনা বা সত্বা)
- অতিপ্ৰাকৱতatiprākawataAdjective
স্বাভাবিকক চেয় পেলাই যোবা
supernatural
- অতিবক্তাo.ti.bok.taProper Adj.
যি অতি বেছিকৈ, সাধাৰণতে অদৰকাৰী কথা কয়
talking too much, often of no use
- অতিবাহিতo.ti.ba.hi.toVerbal Adj.
অতিক্ৰম কৰি গৈছে এনেভাৱ ।
passed away, whiled away
- অতিভোজীo.ti.Proper Adj.
যিসকল লোকে সৰহকৈ খাই ভাল পায়৷
One who like to eat a lot.
- অতিমাত্ৰাatimātrāAdjective
অতিশয়; অতিৰিক্ত; মাত্ৰা পাৰ হৈ যোবাকৈ কৰা
excessive
- অতিমাত্ৰায়o.ti.ma.trayProper Adj.
প্ৰয়োজনতকৈ বেছি অথবা নিৰ্দ্দিষ্ট পৰিমাণতকৈ অধিক ৷
More than or beyond what is usual, normal, expected, or necessary.
- অতিশাব্দিকo.ti.xab.dikProper Adj.
acoustic frequencies above the range audible to the human ear, or above approximately 20,000 hertz.These frequencies are used for different activities like cleaning of surgical instruments,heating, pregnancy diagnosis,tooth scaling,finding cracks in boilers etc.
- অতিশয়atiśaẏaAdjective
অতি; বৰ বেছি; ক্ৰি. বিণ. অতিশয়ৰূপে।
excessive; abundant; too much