কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কিৰিলি পাৰ্ki.ri.li parVerb-Intran.
আনন্দত মুখেৰে এক কাণত ধৰা শব্দ কৰ্৷
to make a load or shrill sound ottered as an spontenous expression of joy.
- কিৰিলি মাৰ্ki.ri.li marVerb-Intran.
আনন্দত মুখেৰে এক কাণত ধৰা শব্দ কৰ্৷
to make a load or shrill sound ottered as an spontenous expression of joy.
- কিৰিলিয়াki.ri.li.yaVerb-Intran.
আনন্দত মুখেৰে এক কাণত ধৰা শব্দ কৰ্৷
to make a load or shrill sound ottered as an spontenous expression of joy.
- কিৰীলি মাৰ্ki.ri.li marVerb-Intran.
আনন্দেৰে চিয়ঁৰি থাক্ (কেচুঁৱাৰ ক্ষেত্ৰত)
to laugh and cry loudly and mirth-fully (in case of babies)
- কিৰীলিয়াki.ri.li.yaVerb-Intran.
আনন্দেৰে চিয়ঁৰি থাক্ (কেচুঁৱাৰ ক্ষেত্ৰত)
to laugh and cry loudly and mirth-fully (in case of babies)
- কীঁকিঁয়াIntransitive verb
কীঁকিঁ শব্দ কৰ্।
- কু-কূবাku-kūbāIntransitive verb
কূ-কূ শব্দ কৰ্; কুলি বা কপৌ চৰাইৰ দৰে মাত
to coo; to try as a cuckoo or dove
- কু-মন্ত্ৰণা কৰ্ku-mon.tro.na korVerb-Intran.
কোনো অসৎ বা অন্যায় কাম কৰিবলৈ কাৰোবাৰ সৈতে গোপনে পৰিকল্পনা কৰ্
to plot or make plans together to do something bad or illegal
- কুঁচি-মুচিkum̐ci-muciAdverb
কোঁচ খাই; কেঁকোৰা বা কুঁজা হৈ; চুটি হৈ
by contracting or shrinking
- কুঁজা হku~.jaVerb-Intran.
সমুখৰ ফালে মাটি চুব পৰাকৈ হালি দে
to bend forwards and down
- কুঁজা হৈAdverb
মূৰ তল কৰি,হেলনীয়া হৈ, কুঁজা হৈ
Lowering head, bending
- কুঁজি-মুজিkum̐ji-mujiAdverb
কুঁচি-মুচি; কুঁজা হৈ
bending the body downwards
- কুক্ষিগত কৰ্ku.khyi.go.to korVerb-Trans.
সুবিধা পালে লাভ কৰ
to obtain unlawfully when there is a chance
- কুজন্kujanIntransitive verb
চৰাইৰ দৰে মাত ্ বা শব্দ কৰ্
to coo like bird
- কুঞ্চনkun.jonVerbal Noun
কোঁচ খোৱা কাৰ্য্য বা প্ৰক্ৰিয়া
the act or process of shrinking
- কুঞ্চ্-kuñc-Transitive verb
কোঁচা; কোঁচাই ধৰ্।
- কুটকুটাkut.ku.taVerb-Trans.
হাঁহি উঠুৱাবলৈ কাৰোবাৰ শৰীৰৰ সংবেদনশীল অংগ যেনে কাষলতি আদিত আঙুলিৰে (মিহিকৈ) সুৰসুৰাই দিয়া
to move one's fingers on a sensitive part of somebody's body to make them laugh
- কুটাkuṭāTransitive verb
কাচি আদিৰ মুখত দাঁৰ বা দাঁত কটা; যেনে-"কাচিখন কুটাই আনগৈ; "
to cause teeth to be cut on the sharp edge or a sickle, etc.
- কুটাঘাতku.ta.ghatVerbal Noun
বিঘিনি ঘটোৱা বা বিশৃংখলাৰ সৃষ্টি কৰা কাৰ্য্য
the act of throwing into turmoil or disorder
- কুটাঘাতমূলকku.ta.ghat.mu.lokVerbal Adj.
অপকাৰ হোৱা কাম কৰি অসুবিধা বা বিপদত পেলোৱা।
causing disruption by a detrimental act.