← ফুৰি যাওক

কুটা

kuṭā

অৰ্থ

1.

কাচি আদিৰ মুখত দাঁৰ বা দাঁত কটা; যেনে-"কাচিখন কুটাই আনগৈ; "

to cause teeth to be cut on the sharp edge or a sickle, etc.

সক. ধা.

2.

ছিগা, ভগা থেৰ, বন জাবৰ আদি

a bit of grass or straw

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ