কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছেমেৰিয়ামNoun
ছেমেৰিয়াম
ছেমেৰিয়াম
- ছেলchelaNoun
লিঙ্গৰ মূৰৰ ছাল
the prepuce
- ছেলনিchelaniNoun
গাৰ ছালৰ ওপৰত হোবা ডাঠ মল; টাটৰি
dirt accumulated on the skin
- ছেলামchelāmaNoun
কাপলত হাত দি কৰা সম্মান; ওলগ
a salutation
- ছেলামিNoun
সম্মান জনাবৰ কাৰণে দিয়া দান
a gift in token of respect
- ছেলিকNoun
ছেলিক
ছেলিক
- ছেলিছাইলিক এছিডNoun
ছেলিছাইলিক এছিড
ছেলিছাইলিক এছিড
- ছেলিছিনNoun
ছেলিছিন
ছেলিছিন
- ছেলুনchelunaNoun
চিত্ৰশিল্পী; নাপিত আদিৰ কাম কৰা ঘৰ।
saloon
- ছেলো-মণিchelo-maṇiNoun
চেষ্টা নিষ্ফল হোবা মানুহ; অকামিলা মানুহ
an unsuccessful man; a worthless man
- ছেৰাপcherāpaNoun
মদ
wine
- ছেৰ্ডুকপেনser.duk.penCommon Noun
ছেৰ্ডুকপেন হৈছে এটা সৰু জনগোষ্ঠী৷ তেওঁলোক ভাল খেতিয়ক যদিও বেপাৰ-বাণিজ্যত বেছি গুৰুত্ব দিয়ে৷ তেওঁলোক সাধাৰণতে মহাযান বৌদ্ধ ধৰ্ম আৰু জনগোষ্ঠীয় পৰম্পৰাগত ধৰ্মীয় বিশ্বাস কৰে৷
A small tribe of North-East India. They refer to themselves as Senji-Thonji, but the name Sherdukpen, which is what the neighboring tribes call them, was adopted by the Indian Government.
- ছে’ফটি বেল্টse`f.ti beltMaterial Noun
গাড়ী, বিমান আদিত চলি থকা অৱস্থাত হঠাতে হামখুৰি খাই আগত থকা বস্তুত খুন্দা নাখাবলৈ আৰোহীয়ে/চালকে পিন্ধা এডাল পেটী৷
a seat belt in a car, aircraft etc. that a person wears so that s/he does not come forward suddenly and hit somewhere.
- ছে’ফটি লেম্পse`f.ti lempMaterial Noun
খনিত শ্ৰমিকসকলে ব্যৱহাৰ কৰা চাকি৷
a lamp which the miners use.
- ছৈchaiNoun
বাঁহৰ চিলিঙিৰ মাজত টকৌ আদিৰ পাত মেলি সজা গাড়ী দোলা বা নাবৰ চাল বা ঢাকনি
the covering of a boat, etc., made of palm leaves
- ছৈ-ঘৰNoun
ছৈৰে সজা ঘৰ।
- ছৈ-পিঠীয়াchai-piṭhīẏāNoun
নাবৰ নিচিনা টকৌ পাতেৰে ছোবা ভাৰ-পাচিৰ ঢাকনি
a covering of a basket for carrying provision, etc.
- ছৈয়দchaiẏadaNoun
মুছলমানবিলাকৰ এটা সম্প্ৰদায়।
- ছোঁchom̐Noun
কাঠ বা বাঁহৰ কাঠীৰে সজা আৰু বৰণ দি ভাওনাত উলিওবা মানুহ, দেবতা বা জন্ত্ত আদিৰ আকৱতি
a mask of an actor
- ছোঁঘৰso’~.ghorProper Noun
ভাওনা, নাটক বা থিয়েটাৰ আদিৰ অপেক্ষাগৃহ য’ত ভাওৰীয়া, অভিনেতা, অভিনেত্ৰী আদিয়ে নিজৰ অভিনয়ৰ পাল পৰালৈ অপেক্ষা কৰি থাকে |
A green room is a waiting room in a theater, studio, or other public venue for the accommodation of performers or speakers when not required on the stage.It's function is as a break/touch-up lounge so that performers do not have to go back to wardrobe/dressing rooms and are still easily accessible for their call.