কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কণ্টকাৰিkaṇṭakāriNoun
বেঙেনাৰ পাতৰ নিচিনা পাতেৰে, পাতত বেছিকৈ কাঁইট থকা এবিধ দৰবত লগা বনৰীয়া সৰু গছ
a sort of wild thorny plant; solanu, jacguini (Wild); solanum kanthocarpum (Watt)
- কণ্টকিkaṇṭakiNoun
কঁঠাল; যেনে-"পকা কণ্টকিক এৰি ডহা-ফল খাস" (মা. ক. সুন্দৰাকাণ্ড)।
- কণ্টকীkon.to.kiCommon Noun
সাধাৰণতে বাকলিযুক্ত দীঘলীয়া দেহাৰে সৈতে, ফুল আৰু ফান থকা, শীতল-ৰক্তী, জলচৰ এক মেৰুদণ্ডী প্ৰাণী।
any of various cold-blooded, aquatic vertebrates, having gills, commonly fins, and typically an elongated body covered with scales.
- কণ্টকীফলkon.to.ki.pholCommon Noun
এবিধ ডাঙৰ ফল৷ এটা এটা ফল ৪-৫ কেজি পযন্ত হ’ব পাৰে৷
a large, tropical, milky-juiced tree, of the mulberry family, having stiff and glossy green leaves, cultivated for its very large, edible fruit and seeds.
- কণ্টফলkon.to.pholCommon Noun
এবিধ ডাঙৰ ফল৷ এটা এটা ফল ৪-৫ কেজি পযন্ত হ’ব পাৰে৷
a large, tropical, milky-juiced tree, of the mulberry family, having stiff and glossy green leaves, cultivated for its very large, edible fruit and seeds.
- কণ্ঠkaṇṭhaNoun
ডিঙিৰ ওপৰছঠোবাৰ আগফাল; টেঁটু
the throat
- কণ্ঠ লেঙুটিkon.tho le.ngu.tiMaterial Noun
চোলাৰ কলাৰত মৰা, বুকুত ওলমি থকা কাপোৰ বিশেষ।
a long thin piece of material that is worn under a shirt collar, especially by men, and tied in a knot at the front.
- কণ্ঠ-মালাkaṇṭha-mālāNoun
ইষ্ট দেবতাৰ নাম জপ কৰা ডিঙিত পিন্ধা মালা।
- কণ্ঠকুণিকাkaṇṭhakuṇikāNoun
বীণা
an Indian lute
- কণ্ঠনালMaterial Noun
মানুহৰ ডিঙিত থকা থাইৰইদ কোমলাস্থিৰ এটা টেমুনা ৷ ই সধাৰণতে মহিলা অথবা অপৈণত শিশুতকৈ প্ৰাপ্তবয়স্ক পুৰুষৰ ডিঙিত বেছি প্ৰকট ৷
protrusion of the thyroid cartilage in the human neck, usually more prominent in adult men than in women or prepubescent children
- কণ্ঠপ্ৰদাহkon.tho.pro.dahAbstract Noun
ডিঙিৰ গ্ৰন্থি ফুলি পূঁজ ওলোৱা অৱস্থা
INFLAMMATION OF THE TONSILS WITH DISCHARGE OF PUS
- কণ্ঠভূষণkon.tho.bhu.xonMaterial Noun
গল বা ডিঙিত পিন্ধা, মণি, মুকুতা, পাথৰ আদিৰে তৈয়াৰী অথবা সোণ, ৰূপ বা আন ধাতুৰে তৈয়াৰী মালা
a piece of jewelry consisting of a string of stones, beads, jewels, or the like, or a chain of gold, silver, or other metal, for wearing around the neck.
- কণ্ঠমণিMaterial Noun
মানুহৰ ডিঙিত থকা থাইৰইদ কোমলাস্থিৰ এটা টেমুনা ৷ ই সধাৰণতে মহিলা অথবা অপৈণত শিশুতকৈ প্ৰাপ্তবয়স্ক পুৰুষৰ ডিঙিত বেছি প্ৰকট ৷
protrusion of the thyroid cartilage in the human neck, usually more prominent in adult men than in women or prepubescent children
- কণ্ঠশালুকkon.tho.xa.lukMaterial Noun
নাকৰ পাছফালে থকা এক বিশেষ কলা
A growth of tissue at the back of the nose
- কণ্ঠশিল্পীkon.tho.xil.piCommon Noun
যি গীত গায়, বিশেষকৈ যি এই বিষয়ে প্ৰশিক্ষণ-প্ৰাপ্ত বা পেছাদাৰী
One who sings, especially a trained or professional one
- কণ্ঠস্বৰkon.tho.sworAbstract Noun
মানুহৰ বাক-যন্ত্ৰই সৃষ্টি কৰা অৰ্থপূৰ্ণ শব্দ।
the meaningful sound generated by human vocal organs.
- কণ্ঠস্হkaṇṭhashaNoun
কণ্ঠ বা ডিঙিত থকা
attached or belonging to the throat
- কণ্ঠহাৰkon.tho.harMaterial Noun
গল বা ডিঙিত পিন্ধা, মণি, মুকুতা, পাথৰ আদিৰে তৈয়াৰী অথবা সোণ, ৰূপ বা আন ধাতুৰে তৈয়াৰী মালা
a piece of jewelry consisting of a string of stones, beads, jewels, or the like, or a chain of gold, silver, or other metal, for wearing around the neck.
- কণ্ঠাkon.thaMaterial Noun
গল বা ডিঙিত পিন্ধা, মণি, মুকুতা, পাথৰ আদিৰে তৈয়াৰী অথবা সোণ, ৰূপ বা আন ধাতুৰে তৈয়াৰী মালা
a piece of jewelry consisting of a string of stones, beads, jewels, or the like, or a chain of gold, silver, or other metal, for wearing around the neck.
- কণ্ঠাগ্নিkon.thag.niCommon Noun
এযোৰ ডেউকা (পাখি) সহায়ত উৰিব পৰা এবিধ উষ্ণৰক্তী অণ্ডজ প্ৰাণী ।
A warm-blooded, egg-laying, feathered vertebrate with the forelimbs modified to form wings.