কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পিশুনpiśunaAdjective
সূচক; টুটকীয়া; যেনে-"তথাপিতো ইটো ত্ৰিতয়স্বঃকৈবৰ্ত্ত পিশুন ব্যাদ সবঃ ইটো জগতত তিনি অকাৰণ বৈৰী" (নামঘোষা)
slanderer; backbiter
- পিষ্টpis.toVerbal Adj.
হেঁচাত চেপেটা হোৱা ।
Being flat under high pressure.
- পিহাpi.haMaterial Noun
নাৰীৰ বুকুত থকা দুগ্ধ নিঃসৰণকাৰী আৰু কোমল মঙহাল অংগদুটাৰ যিকোনো এটা ৷
Either of two soft fleshy milk-secreting glandular organs on the chest of a woman.
- পিৎ পিৎpit, pitAdjective
উত্ৰাবল; ব্যগ্ৰ; ক্ৰি. বিণ. পিত-পিতাই ফুৰ্, উত্ৰাবল বা উতনুবা হৈ ফুৰ্; . b >2/b>। পাত পাত কৰি বা চুকে-কোণে চাই ফুৰ্
to move about impatienty ; to search for in every nook and corner
- পিয়ন-এৰাpi.yon-e.raProper Adj.
মাকৰ গাখীৰ পিবলৈ এৰা গৰু বা মহৰ পোৱালী ৷
A grown up calf that do not receives mother's breast milk.
- পিয়ন-চৰাpi.yon-so.raProper Adj.
মাকৰ গাখীৰ পিবলৈ এৰা গৰু বা মহৰ পোৱালী ৷
A grown up calf that do not receives mother's breast milk.
- পিয়নীAdjective
পোবালিক গাখীৰ খাবলৈ দি থকা; খীৰতী (গাই, ম'হ আদি)
continuing to give milk
- পিয়াক্ষীProper Adj.
having beauty (refered to a lady)
- পিয়াসীpi.ya.xiProper Adj.
পিয়াহৰ পৰা দুখ পোৱা
Feeling a need or desire to have water or juice or similar liquid.
- পিয়াহ- কঁটীয়াAdjective
মাকৰ পিয়াহ ভালকৈ খাবলৈ নেপাই খীণ হোবা; আৰণি ৰোগে ধৰা
lean owing to the want of proper supply of mother's milk
- পিয়াহ-কঁটীয়াpi.yah-ko~.ti.yaVerbal Adj.
মাকৰ গাখীৰ খাবলৈ নেপাই ক্ষীণ হোৱা বা বাঢ়িব নোৱাৰা
lacking in growth owing to insufficiency of mother`s milk
- পীতpītaAdjective
হালধীয়া
yellow
- পীতাভpi.tabhProper Adj.
সামান্য পৰিমাণে হালধীয়া বৰণৰ ৷
Somewhat yellow or tinged with yellow color.
- পীনpīnaAdjective
স্হূল; শকত; যেনে-"গোপী-পীন-পয়োধৰ-ঘৰিষণ" (কেলিগোপাল)
plump; stout
- পীনোন্নতpi.no`n.notProper Adj.
বহু বেছি ওখ ৷
Of very high vertical dimension of extension.
- পীড়াগ্ৰস্তpi.ra.gros.toProper Adj.
শৰীৰ ভালে নথকা অৱস্থা, ৰোগৰ দ্বাৰা আক্ৰান্ত
in a state of unwell, infected by disease
- পীড়াদায়কpir.ha.da.yokProper Adj.
যিটোৰপৰা কষ্ট অথবা দুখ পোৱা যায় ।
which causes pain or hardship.
- পীড়িতpi.ri.toVerbal Adj.
দুৰ্দশাৰ সন্মুখীন হোৱা অৰ্থাত্ শাৰীৰিক বা মানসিক ভাৱে পীড়িত।
affected with or suffering from distress, i.e. acute physical or mental suffering.
- পুঁজিবাদীpu~.ji.ba.diProper Adj.
পুঁজিবাদক সমৰ্থন কৰা বা পুঁজিবাদৰ ওপৰত প্ৰতিষ্ঠিত
supporting or based on the principles of capitalism.
- পুংশক্তিহীনpung.xok.ti.hinProper Adj.
যৌন শক্তিহীন বা প্ৰজনন ক্ষমতাহীন (পুৰুষ)
(A male) unable to achieve an erection or having lack of sexual power or reproductive ability