কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কান্দুৰাkāndurāAdjective
যি কান্দি থাকে; কান্দি থকা অভ্যাসৰ
habitually crying
- কান্দোতাkan.do`.taVerbal Adj.
কান্দি থকা ব্যক্তি।
a person who weeps.
- কাপ-কাপkāpa-kāpaAdjective
বেলেগ বেলেগ বৰণীয়া দীঘলীয়া আঁচ থকা
striped
- কাপুৰুষতাka.pu.ru.xo.taProper Adj.
পুৰুষৰ গুণৰ অভাৱ ৷
The trait of being effeminate (derogatory of a man).
- কাবুলীkābulīNoun
কাবুল দেশৰ মানুহ; আফ্গান
a man of Kabul, the capital of Afghanistan; an Afghan
- কাব্যধৰ্মীka.byo.dhor.miProper Adj.
কবিতাৰ দৰে ভাষা, সুৰ আদি থকা৷
possessing the qualities or charm of poetry
- কাব্যসুলভka.byo.xu.lobhProper Adj.
কবিতাৰ দৰে ভাষা, সুৰ আদি থকা৷
possessing the qualities or charm of poetry
- কাব্যিকka.byikProper Adj.
কবিতাৰ দৰে ভাষা, সুৰ আদি থকা৷
possessing the qualities or charm of poetry
- কাম দহনুkāma, dahanuAdjective
কামদেবৰ গৰ্ব্ব চূৰ্ণ কৰিব পৰা।
- কামজনাkam.jo.naProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently
- কামজাৰিkāmajāriAdjective
কামৰ দিহা দিয়া; কামৰ খোলোচা বিবৰণ ৰখা; যেনে-"কামজাৰি মহৰি"; "কামজাৰি বহি"
explaining or giving details of work
- কামত অহাka.mot o.haProper Adj.
can be utilized for some purposes
- কামত লগাka.mot lo.gaVerb-Trans.
উপযুক্ত ভাৱে কামত ব্যৱহাৰ কৰ্
make practical and effective use of
- কামদkāmadaAdjective
বাঞ্ছা পূৰণ কৰা; . যেনে-"ভকত-কামদ পাদ-পদ্ম মনোৰম" (কীৰ্ত্তন)।
granting desires
- কামনা-শূন্যka.mo.na-xun.nyoProper Adj.
ফললৈ ইচ্ছা নকৰা, আকাংক্ষা নথকা
disinterested, having no interest in reward or outcome
- কামনামূলকka.mo.na.mu.lokProper Adj.
কোনো অভীপ্সা বা কামনা নিহিত থকা (ভক্তিৰ ক্ষেত্ৰত)
having or showing a wish
- কামবানka.mo.banProper Adj.
কামভাৱত প্ৰবলভাৱে আসক্ত।
inclined to, characterized by, or inciting to lust or lechery.
- কামাত্মাka.mat.maProper Adj.
কামভাৱত প্ৰবলভাৱে আসক্ত।
inclined to, characterized by, or inciting to lust or lechery.
- কামান্ধkāmāndhaAdjective
কাম-বাসনাৰ প্ৰবলতাত যাৰ ভাল-বেয়া জ্ঞান ৰহিত হৈছে।
- কামাসক্তkāmāsaktaAdjective
কাম-বাসনাত মগ্ন।