কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হৰ্ষদায়কhor.xo.da.yokProper Adj.
ৰং, আনন্দ অথবা সন্তোষ দিয়া|
Giving pleasure and satisfaction.
- হৰ্ষান্বিতAdjective
হৰ্ষিত; আনন্দিত; সন্তোষ পোবা
delighted; pleased
- হৰ্ষিতhor.sitProper Adj.
আনন্দ, সন্তুষ্টি বা আমোদ প্ৰকাশ কৰা, উপভোগ কৰা অথবা দেখুওৱা
Enjoying, showing, or marked by pleasure, satisfaction, or joy
- হৱতhawataAdjective
যিহক হৰণ কৰা হৈছে; অপহৱত।
- হৱত-সৰ্বস্বhawata-sarbasbaAdjective
যাৰ সকলো হেৰাইছে।
- হৱদ্গতhawadgataAdjective
হৱদয়স্হ; মনোগত
conceived; observed
- হৱদ্যতমAdjective
প্ৰিয়তম
dearest
- হৱদয়গ্ৰাহীAdjective
অন্তৰত তৱৰ্তি দিয়া; মনোমোহা; সুন্দৰ
pleasing to the heart; lovely; attractive
- হৱষ্টhawaṣṭaAdjective
আনন্দিত; হৰ্ষযুক্ত; প্ৰফুল্ল
delighted; pleased
- হৱষ্ট-পুষ্টhawaṣṭa-puṣṭaAdjective
নোদোকা; মোটোহা; তেজাল
stout and cheerful; plump
- হৱষ্টচিত্তAdjective
আনন্দিত; সন্তোষিত; হৰ্ষযুক্ত
delighted