কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লেৰেলী-ঠেৰেলীlerelī-ṭherelīAdjective
হাড় চাল ওলোবা; শুকান
lean and thin
- লৈখিকloi.khikProper Adj.
ৰেখাচিত্ৰ, চিত্ৰ বা গাণিতিক বক্ৰৰেখা সম্পৰ্কীয়
related to graphs, diagrams or mathematical curves
- লৈঠাlaiṭhāAdjective
শকত; ডাঙৰ; . বি. কোনো দাঙিব নোবৰা বস্ত্ত উচালি দি দঙা যতন
big; fat ; jack
- লোকপ্ৰিয়lo’.ko.pri.yoProper Adj.
সাধাৰণ লোকৰদ্বাৰা মৰম, স্নেহ আৰু সন্মানিত ব্যক্তি ৷
Regarded with great favour, approval, or affection especially by the general public.
- লোকমান্যlo`.ko.ma.nyoProper Adj.
বয়স বা প্ৰভাৱশালী ব্যক্তিত্বৰ বাবে সন্মান পোৱাৰ যোগ্য
commanding respect because of great age or impressive dignity
- লোকসমাদৃতlo`.ko.xo.ma.dri.toProper Adj.
সাধাৰণ লোকৰদ্বাৰা মৰম, স্নেহ আৰু সন্মানিত ব্যক্তি ৷
Regarded with great favour, approval, or affection especially by the general public.
- লোকাতীতProper Adj.
মানুহ বা সমাজৰ মাজত নচলা কাল্পনিক ঘটনা ৷
মানুহ বা সমাজৰ মাজত নচলা কাল্পনিক (ঘটনা বা সত্বা)
- লোকায়তlokāẏataAdjective
বস্ত্তবাদী (দৰ্শন)
- লোকৰlo`.korProper Adj.
অন্য লোকৰ অধীনত।
Of or belonging to other people.
- লোট-সোটloṭa-soṭaAdjective
লেউ-সেউ; সৈমান; বশীভূত; যেনে -"শঙ্কৰৰ আগত হৈবিহি লোট-সোট" (দ্বিজভূষণ, শঙ্কৰদেব)
pilable; submissive
- লোঠোৰাloṭhorāAdjective
লঠৰা; লোদোৰা
plump; fleshy
- লোণাloṇāAdjective
লোণৰ স্বাদ থকা
having the taste of salt
- লোধোপাlo`.dho`.paProper Adj.
কিছু শকত আৰু প্ৰায় গোলযেন হৈ পৰা মানুহ বা আন জীৱৰ শৰীৰ
of a human being or an animal having a soft, round and slightly fat body
- লোধোমাlodhomāAdjective
নোদোকা; লোঠোৰা; বৰ মঙহাল
corpulent; stout; plump
- লোধোৰাlo`.dho`.raProper Adj.
কিছু শকত আৰু প্ৰায় গোলযেন হৈ পৰা মানুহ বা আন জীৱৰ শৰীৰ
of a human being or an animal having a soft, round and slightly fat body
- লোপথুপীয়াlopathupīẏāAdjective
"লপথপ্" চোবাঁ।
- লোপথোপlopathopaAdjective
"লপথপ্" চোবাঁ।
- লোপৰহিতlo`p.ro.hitProper Adj.
যাক ধ্বংস কৰিব নোৱাৰি |
Something which can not be destroyed.
- লোবালlobālaAdjective
লোৰে সজা; তীখা লগোবা
made of iron
- লোবালিlobāliAdjective
লোৰে সজা; তীখা লগোবা
made of iron