কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জীয়নীয়াjīẏanīẏāAdjective
জীয়াই ৰখা
kept alive (as fish)
- জীয়ন্ততে মৰাjīẏantate, marāAdjective
জীয়াই থাকোঁতেই মৱত-প্ৰায় হোবা
death-like
- জীয়ন্তাjīẏantāAdjective
জীয়াই থকা; প্ৰাণ থকা; নমৰা
living; alive
- জীয়াjīẏāNoun
জী; ছোবালী; যেনে-"তোমাৰ কোমলী জীয়া ভোকে দুখ পায়" (বিয়া-নাম)। "কতো শ্বশুৰীক পঠান্ত জীয়। কান্দন্ত বসি দেব সদাশিব" (কীৰ্ত্তন)।
- জীয়া-খোবাjīẏā-khobāAdjective
উগ্ৰ স্বভাবৰ
fierce
- জীয়া-খোৱাji.ya.kho’.waProper Adj.
সঘনাই, সহজতে খং উঠা স্বভাৱৰ।
Becoming angry often and easily.
- জীয়াতুjīẏātuAdjective
মৱত্যুৰ নিচিনা দুখ; বৰ কষ্ট; নিকাৰ
excessive pain; great distress
- জীয়াৰুগীয়াjīẏārugīẏāAdjective
সদায় গাত ৰোগ থকা; ক্ষীণ
sickly; emaciated
- জীৰিলিjīriliAdjective
পুৰণি হৈ ফাটি ছিৰাছিৰ হোবা (কাপোৰ)
tattered
- জীৰ্ণjīrṇaAdjective
জাহ যোবা; জীণ যোবা
digested
- জীৱকান্তProper Adj.
কাম-বন কৰি বা কোনো কাৰ্য্যত অংশ লৈ থকা ধৰণৰ।
Characterized by energetic work, participation, etc.
- জীৱদProper Adj.
a substance that can save one's life
- জীৱন-দায়িনীji.bon-da.yi.niProper Adj.
a substance that can save one's life
- জীৱনজোৰাji.bon.jo`.raAdjective Adj.
কাৰোবাৰ সম্পূৰ্ণ জীৱন জুৰি কিবা চলা বা হোৱা৷
lasting or existing all through somebody's life; lasting a lifetime
- জীৱনব্যাপীji.bon.bya.piAdjective Adj.
কাৰোবাৰ সম্পূৰ্ণ জীৱন জুৰি কিবা চলা বা হোৱা৷
lasting or existing all through somebody's life; lasting a lifetime
- জীৱনভৰji.bon.bhorAdjective Adj.
কাৰোবাৰ সম্পূৰ্ণ জীৱন জুৰি কিবা চলা বা হোৱা৷
lasting or existing all through somebody's life; lasting a lifetime
- জীৱনসদৃশji.bon.xod.rixAdjective Adj.
আচল, বাস্তৱিক জীৱনক স্বীকাৰ কৰা আৰু তাক ঠিক তেনেদৰেই (সাহিত্যত) অংকিত কৰা৷ যেনেঃ বাস্তৱধৰ্মী উপন্যাস৷
acknowledging, representing lives as they are in the real life.
- জীৱন্তji.bon.toProper Adj.
প্ৰাণ অথবা জীৱ থকা; নমৰা|
Having life; living; existing; not dead or lifeless.
- জীৱশেয়Proper Adj.
যি নিজৰ জীৱটোৰ বাহিৰে সকলো হেৰুৱাইছে
who has lost everything except life
- জীৱাণুমুক্তji.ba.nu.muk.toProper Adj.
জীৱাণু নথকা অথবা কৃত্ৰিমভাৱে জীৱাণু নোহোৱা কৰা ।
Free of or using methods to keep free of pathological microorganisms.