← ফুৰি যাওক

জীৱন্ত

ji.bon.to

অৰ্থ

1.

প্ৰাণ অথবা জীৱ থকা; নমৰা|

Having life; living; existing; not dead or lifeless.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জীৱন্ত · অসমীয়া অভিধান