কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বাৰেওমাহAdverb
বাৰেওকাল; গোটেই বছৰ জুৰি
throughout the year
- বাৰ্তালাপ কৰ্bar.ta.lap korVerb-Trans.
দুই বা ততোধিক ব্যক্তিৰ মাজত পৰস্পৰে মৌখিকভাৱে সংযোগ কৰ্
to verbally communicate interactively between two or more persons
- বিংবিঙাbimbiṅāIntransitive verb
অস্পষ্টৰূপে অৰ্থহীন কথা ক; বী-বিয়া
to talk indistinctly and irrationally; to rave
- বিকশিত কৰ্bi.ko.xi.to korVerb-Intran.
ক্ষমতা, দক্ষতা আদিত উন্নতি লাভ কৰ্৷
to bring out the capabilities or possibilities of; bring to a more advanced or effective state: to develop natural resources; to develop one's musical talent; to cause to grow or expand
- বিকাbikāTransitive verb
আনৰ দ্বাৰায় বেচা; বিক্ৰয় কৰা
to cause to be sold
- বিকাশ হbikax hoVerb-Intran.
ক্ষমতা, দক্ষতা আদিত উন্নতি লাভ কৰ্৷
to bring out the capabilities or possibilities of; bring to a more advanced or effective state: to develop natural resources; to develop one's musical talent; to cause to grow or expand
- বিকিৰণ কৰ্bi.ki.ron korVerb-Trans.
ৰশ্মি বা তৰঙ্গৰ ৰূপত শক্তি বাহিৰ কৰ্
to emit energy in the form of rays or waves
- বিকৃত কৰ্bi.kri.to korVerb-Trans.
বিৰূপ আকৃতি দে বা প্ৰাকৃতিক ৰূপ সলনি কৰ্
to twist away or out of shape or natural relation of parts
- বিক্bikTransitive verb
মূল্য লৈ দি; বেচ্
to sell
- বিক্ষেপণbi.khye.ponVerbal Noun
কোনো এটা সীমা-পৰিধি বা আয়তনৰ ভিতৰত সিঁচৰতি হৈ থকা কাৰ্য্য |
The spatial or geographic property of being scattered about over a range, area, or volume.
- বিক্ষোভ কৰ্bi.khyo’bh korVerb-Trans.
অসন্তুষ্টি বা অসন্মতি প্ৰদৰ্শন কৰা
to display disapproval
- বিক্ৰী কৰ্bi.kri korVerb-Trans.
টকা অথবা তাৰ সমতুল্য মূল্য লৈ কোনো বস্তু হস্তান্তৰ কৰ ৷
Exchange or deliver for money or its equivalent.
- বিকৰ্থ্bikarthTransitive verb
নিন্দা কৰ্; পৰিহাস কৰ্
to revile; to abuse
- বিকৰ্ষণ কৰ্bi.kor.xon korVerb-Trans.
বল বা প্ৰভাৱৰ জড়িয়তে ওচৰৰ পৰা আঁতৰাই পঠিয়া ৷
Cause to move back by force or influence.
- বিগৰ্bigarIntransitive verb
সঁচা বা ঠিক অবস্হাৰপৰা পিছল্ বা লৰচৰ হ; ভাল বা সুস্হ অবস্হা এৰ্; ভাগ্; যেনে-"কথা, মন বা যন্ত্ৰ বিগৰিলে"
to be altered; to go out of order; to break
- বিঘটনbi.gho.tonVerbal Noun
তেজস্ক্ৰিয়তা হ্ৰাস কৰা পৰিঘটনা
the phenomena of diminishing in radio-active strength
- বিঘটন হbi.gho.ton hoVerb-Intran.
তেজস্ক্ৰিয়তা কমি যোৱা
To diminish in radioactive strength
- বিঘট্bighaṭTransitive verb
চূৰ্ণ কৰ্; ভাং; যেনে-"যমলাৰ্জ্জুন ভঞ্জিয়ে শকট] বিঘটিয়ে বালক-কেলি কৰন্ত" (ভটিমা); বি. বিঘটন বি. চূৰ্ণকৰণ। ভাঙন।
- বিঘাত-মৰণbi.ghat-mo.ronVerbal Noun
অস্বাভাৱিক কাৰণ, যেনেঃ দুৰ্ঘটনা আদিৰ পৰা হোৱা মৃত্যু
death occurring not due to natural causes
- বিঘ্নিতbigh.ni.toVerbal Adj.
(এক চলি থকা ক্ৰিয়া, প্ৰণালী, অৱস্থা আদি), যি বন্ধ হৈছে বা বন্ধ কৰি দিয়া হৈছে
caused or made a break in the continuity or uniformity of (a course, process, condition, etc.).