← ফুৰি যাওক

বিঘট্

bighaṭ

অৰ্থ

1.

চূৰ্ণ কৰ্; ভাং; যেনে-"যমলাৰ্জ্জুন ভঞ্জিয়ে শকট] বিঘটিয়ে বালক-কেলি কৰন্ত" (ভটিমা); বি. বিঘটন বি. চূৰ্ণকৰণ। ভাঙন।

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিঘট্ · অসমীয়া অভিধান