কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অনুবাদ কৰ্o.nu.bad korVerb-Trans.
অৰ্থৰ সালসলনি নকৰাকৈ কোনো পাঠৰ ভাষা আন এক ভাষালৈ পৰিৱৰ্ত্তন কৰ্
to change the language of a text to another without affecting the meaning
- অনুবৃত্তিo.nu.brit.tiVerbal Noun
পাৰদৰ্শিতা বঢ়াবৰ কাৰণে একেটা কামকে বাৰে-বাৰে কৰা।
repeat a work to improve skill.
- অনুব্ৰতAdverb
সকলো সময়তে; যিকোনো সময়তে আৰু প্ৰতিটো ক্ষণতে
At all times; all the time and on every occasion.
- অনুবৰ্তিAdverb
অনুসৰণ কৰি; সেবা কৰি।
- অনুবৰ্ত্তিAdverb
অনুসৰণ কৰি; সেবা কৰি।
- অনুভব কৰ্o.nu.bhob korVerb-Trans.
এক নিৰ্দ্দিষ্ট ধৰণে ভবা বা ধাৰণা কৰা
to view, think in a certain way
- অনুভব্যo.nu.bho.byoVerbal Adj.
অনুভৱ কৰিব পৰা৷
able to be realized.
- অনুভৱ কৰ্o.nu.bhob korVerb-Intran.
যিকোনো ইন্দ্ৰিৰ জৰিয়তে কিহবাৰ সম্পৰ্কে জ্ঞাত হোৱা
to be aware of something through any of the senses
- অনুভৱসাধ্যo.nu.bhob.xa.dhyoVerbal Adj.
অনুভৱ কৰিব পৰা৷
able to be realized.
- অনুমতি দেo.nu.mo.ti deVerb-Intran.
কিবা কৰিবলৈ বা হ’বলৈ সন্মতি দে ৷
To let do or happen accordingly.
- অনুমান কৰ্o.nu.man korVerb-Trans.
প্ৰকৃত সত্য নজনাকৈ কেৱল আন্তৰিক অনুভূতি বা অন্য ইঙ্গিতৰ ওপৰত ভিত্তি কৰি সত্য বুলি ধৰি লোৱা
to assume to be true without knowing the real truth based on inner feelings or other hints
- অনুমানযোগ্যVerbal Adj.
আগেয়ে অনুমান কৰিব পৰা
able to be declared in advance
- অনুমোদন কৰ্Verb-Trans.
(কাৰোবাক বা কিহবাক) কোনো কাম, ভূমিকা বা পফবীৰ বাবে উপযুক্ত বুলি ডাঙি ধৰ্
putting up (someone or something) with the approval as being suitable or fit for certain purpose or role
- অনুমোদন দেo.nu.mo’.don deVerb-Trans.
To accord as a favor, prerogative, or privilege
- অনুশীলনীo.nu.xi.lo.niVerbal Noun
পাৰদৰ্শিতা বঢ়াবৰ কাৰণে একেটা কামকে বাৰে-বাৰে কৰা।
repeat a work to improve skill.
- অনুশোচনা কৰ্o.nu.xo`.so.na korVerb-Intran.
কুকৰ্মৰ পিচত দুখ কৰ্ |
To feel sorry, self-reproachful, or contrite for past conduct; be conscience-stricken about a past action, attitude, etc.
- অনুশোচনাগ্ৰস্তo.nu.xo`.so.na.gros.toVerbal Adj.
কৃতকৰ্মৰ কাৰণে দুঃখিত ।
Feeling or expressing remorse for misdeeds.
- অনুষ্টুপীয়াকৈo.nus.tu.pi.ya.koiAdverb
একেবাৰে কম পৰিমাণে ৷
in a small quantity.
- অনুসন্ধান কৰ্o.nu.xon.dhan korVerb-Trans.
সবিশেষ অধ্যয়ন কৰি আনুষ্ঠানিকভাৱে অৱস্থা, মূল্য আদি বিষয়ে ঠিৰাং কৰ্
to view in detail, esp. to inspect, examine, or appraise formally or officially in order to ascertain condition, value, etc.
- অনুসন্ধিৎসু হo.nu.xon.dhit.xu hoVerb-Trans.
কিহবাৰ বিষয়ে ভবা বা চিন্তা কৰা; আটিগুৰি,ভাল বেয়া বিচাৰ কৰা, আদি৷
to think about something and try to decide what is true, why is it like this, what will happen or what one should do etc.