কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তাও-কাপোৰNoun
জাঁপি বা মেৰাই থোবা দীঘল উকা থান কাপোৰ
plain cloth kept in rolls
- তাও-বানতtāo-bānataNoun
এবিব উচ্চ দৰৰ নোমৰ ডাঠ কাপোৰ; যেনে -"স্বৰ্গদেবক তাওবানত কিছু শৰাই কৰি ভেটিলে" (বুৰঞ্জী)।
- তাওকিলtau.kilVerbal Noun
কিলাকুটিৰে মৰা খোচ৷
a blow with the elbow.
- তাকtākaPronoun
সেইটোক
him or that
- তাকতtākataNoun
বল; শক্তি
strength; might
- তাকাAbstract Noun
মুদ্ৰা, কাগজৰ ধন আদিকে ধৰি বিনিময়ৰ যিকোনো প্ৰচলিত মাধ্যম।
any circulating medium of exchange, including coins, paper money, and demand deposits.
- তাকুtākuPronoun
তাক; তেওঁক; যেনে-"জাহে চৰণ-ৰেণু যোগী নপাই। ভকতিৰ বলে তাকু বন্ধন কাই" (বৰগীত)।
- তাকেৰিtākeriPronoun
তেওঁৰ
his
- তাকৰোৱাta.ko.ro`.waAbstract Noun
কোনো বস্তুক কম বা সৰু হোৱা বা কৰা কাৰ্য্য বা প্ৰক্ৰিয়া
the act or phenomenon of sth getting smaller or less
- তাগজtāgajaNoun
সাহ; পিত
courage
- তাগিMaterial Noun
কঁকালত মেৰিয়াই পিন্ধা ক'লা সূতা
A kind of black thread worn around the waist
- তাগিদtāgidaNoun
কোনো কাৰ্ষ্য কৰিবলৈ মনত পেলাই দিয়া আদেশ বা কাকত
a reminder
- তাগিনta.ginCommon Noun
তাগিন জনগোষ্ঠীৰ লোকসকল উজনি সোৱণশিৰি জিলাত বসবাস কৰে৷ তেওঁলোক সাধাৰণতে কৃষিজীৱি৷ পুৰুষসকলে কেইবাগৰাকী তিৰোতা বিয়া কৰোৱা দেখা যায়৷ তেওঁলোকৰ সাজ-পোছাক তেনেই সাধাৰণ৷ মাত্ৰ এখন কাপোৰৰ দ্বাৰাই শৰীৰটো আৱৰি ৰাখে
A tribe of Arunachal Pradesh, which is a member of the larger designation of Tani Tribes. Most Tagins are concentrated in Daporijo, Upper Subansiri district but some are also found in adjoining parts West Siang. In 1971, about 20,000 claim to be of Tagin ethnicity. Tagins are generally adherents of Donyi Polo, although two groups of Tagin–the Nah and Mra have come under the influence of Tibetan Buddhism.
- তাঙ্কtang.koPronoun
উল্লেখিত তৃতীয় পুৰুষৰ বা তৃতীয় পুৰুষৰ বিষয়ে
about/of the third person mentioned
- তাঙ্গৰণtan.go.ronVerbal Noun
সংশোধন কৰি পুনৰায় ছপা কৰা পুথি ৷
one of a series of printings of the same book, newspaper, etc., each issued at a different time and differing from another by alterations, additions, etc.
- তাচtācaNoun
খেলিবৰ নিমিত্তে নানা চিত্ৰ থকা চাৰি- চুকীয়া ডাঠ কাকত
playing cards
- তাচ খেলtas khelAbstract Noun
A game played with playing cards. There are many card games in the world and some games have standard rules.
- তাচপাতtas.patMaterial Noun
ডাঠ কাগজ বা প্লাষ্টিকৰ আয়তাকাৰ হাতৰ তলুৱাতকৈ অলপমান সৰু আকৃতিৰ খেলিবৰ বাবে তৈয়াৰ কৰা পাত ৷
A palm-sized thin paper or plastic made card that used to play game.
- তাচ্ছিল্যtācchilyaNoun
বিদ্ৰুপ; ইতিকিং
the act of belittling one
- তাচ্ছীল্যtācchīlyaNoun
বিদ্ৰুপ; ইতিকিং
the act of belittling one