← ফুৰি যাওক

তাকু

tāku

অৰ্থ

1.

তাক; তেওঁক; যেনে-"জাহে চৰণ-ৰেণু যোগী নপাই। ভকতিৰ বলে তাকু বন্ধন কাই" (বৰগীত)।

সৰ্ব্ব.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তাকু · অসমীয়া অভিধান