কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিদ্ৰাক্লিষ্টnid.ra.klis.toProper Adj.
প্ৰায় টোপনি আঁহো আঁহো হোৱা অৱস্থা ভাগৰ লগোৱা, অৱসাদ হোৱা যেন কৰা অৱস্থা৷
almost asleep; making somebody feel tired/sleepy
- নিদ্ৰাবিহীনni.dra.bi.hinProper Adj.
টোপনি নহা অথবা টোপনি নোযোৱা অৱস্থা |
Lacking sleep or unable to sleep
- নিদ্ৰালসnidrālasaAdjective
টোপনিয়ে ধৰা কাৰণে অলস।
- নিদ্ৰালুAdjective
[সং.] টোপনি-গধুৰা; বৰকৈ শুই থকা; টোপনিৰহীয়া
habituated to sleeping
- নিদ্ৰালুতProper Adj.
যি কেৱল নিজক লৈ ব্যস্ত বা নিজৰ হিতৰ কথাহে চিন্তা কৰে
concerned chiefly or only with oneself
- নিদ্ৰাশূন্যni.dra.xu.nyoProper Adj.
টোপনি নহা অথবা টোপনি নোযোৱা অৱস্থা |
Lacking sleep or unable to sleep
- নিদ্ৰাহাৰাni.dra.ha.raProper Adj.
টোপনি নহা অথবা টোপনি নোযোৱা অৱস্থা |
Lacking sleep or unable to sleep
- নিদ্ৰাহীনni.dra.hinProper Adj.
টোপনি নহা অথবা টোপনি নোযোৱা অৱস্থা |
Lacking sleep or unable to sleep
- নিদ্ৰাৰহিতni.dra.ro.hitProper Adj.
টোপনি নহা অথবা টোপনি নোযোৱা অৱস্থা |
Lacking sleep or unable to sleep
- নিদ্ৰিতAdjective
টোপনিত থকা
sleep
- নিদ্ৰোত্থিতni.dro`t.thi.toVerbal Adj.
টোপনিৰ পৰা উঠা; সাৰ পোৱা
Awakening after sleep
- নিদয়াnidaẏāAdjective
যেনে-"প্ৰাণ হৰি এ বুঝলো তুহু নিদয়া" (শঙ্কৰদেব)।
- নিধকnidhakaAdjective
নিলাজ; নিৰ্গত
shameless
- নিধতুবাnidhatubāAdjective
উধাতু; বিতত; নিৰ্জীব; যাৰ ধাতু উৰি যোবা অবস্হা হৈছে, যেনে-"ফুট গধূলিতে সিটো নিধতুবা প্ৰাণ" (জ্ঞানমালিনী)।
- নিধতুৱাni.dho.tuwaProper Adj.
সহজে ভয়খোৱা, সাহপিত নথকা
lacking courage in facing danger, difficulty, opposition, pain, etc
- নিধনnidhanaAdjective
মৱত্যু; মৰণ
death
- নিধনীnidhanīAdjective
দুখীয়া; ধনহীন
poor
- নিধনুবাnidhanubāAdjective
ধন নিদিয়াকৈ পোবা; এনেয়ে পোবা
obtained gratis
- নিধনুৱাni.dho.nu.waProper Adj.
যি বস্তু কোনো দাম নিদিয়াকৈ পাব পাৰি৷
Things that has no price or cost attached to it
- নিধাতুnidhātuAdjective
উশাহ বন্ধ হোবা
out of breath