কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চিলমিলীয়াsilmiliyaProper Adj.
প্ৰায় টোপনি আঁহো আঁহো হোৱা অৱস্থা ভাগৰ লগোৱা, অৱসাদ হোৱা যেন কৰা অৱস্থা৷
almost asleep; making somebody feel tired/sleepy
- চিলা-পখৰাcilā-pakharāAdjective
বগা আৰু ক'লা বৰণৰ পখৰা
having black and white spots
- চিল্চিলীয়াcilcilīẏāAdjective
অলপ অলপকৈ বৈ থকা আৰু বাম; চিৰচিৰীয়া (পানী)
flowing in small quantity
- চিল্মিলীয়াAdjective
অলপকৈ টোপনিত চকু জাঁপ নিওবা; কলা-ঘুমটীয়া; ; ক্ৰি. বিণ. চিল্মিল কৰে।
dozy; of slight apprearance
- চিল্মিলীয়াsil.mi.liyaProper Adj.
অলপকৈ টোপনি যোৱাত শুনা-নুশুনা আৰু অলপ নেদেখা হোৱা অৱস্থা ।
Not looking or feeling awake as in half asleep.
- চিহ্নতাত্ত্বিকProper Adj.
চিহ্ন প্ৰক্ৰিয়া আৰু অৰ্থ নিৰ্মাণৰ পদ্ধতিগত অধ্যয়ন৷
systematic study of sign processes and meaning-making.
- চিহ্নযুক্তsih.no.juk.toProper Adj.
সংকেত সম্পৰ্কীয়
related to symbols or signals
- চিহ্নায়কProper Adj.
চিহ্নৰ ভৌতিক ৰূপ ইয়াৰ অৰ্থৰ পৰা পৃথক, যেনে:শব্দ, ছপা শব্দ বা ছবি৷
sign`s physical form such as a sound, printed word, or image is distinct from its meaning.
- চিহ্নিতcihnitaAdjective
চিন লগোবা; চিন দিয়া
marked
- চিয়াঁciẏām̐Adjective
আন ভাগতকৈ লাহী বা ক্ষীণ
thinner than other parts
- চিৰঋণীcirar̥ṇīAdjective
চিৰকাললৈ ধৰুবা।
- চিৰকলীয়াcirakalīẏāAdjective
সদায় থকা; বহুদিনীয়া; যুগমীয়া
lasting for a long period
- চিৰকালীনsi.ro.ka.linProper Adj.
এক অনিৰ্দ্দিষ্ট দীঘলীয়া সময়লৈকে অপৰিৱৰ্ত্তিত হৈ থাকিব বুলি আশা কৰা
expected to remain unchanged for an indefinitely long time.
- চিৰচেনেহীsi.ro.se.ne.hiProper Adj.
চিৰকাললৈ মৰম, স্নেহ থকা৷
ever so dear.
- চিৰজীবীcirajībīAdjective
অমৰ; সদায় জীয়াই থকা; চিৰঞ্জীব
ever- living
- চিৰজীৱনsi.ro.ji.bonAdjective Adj.
কাৰোবাৰ সম্পূৰ্ণ জীৱন জুৰি কিবা চলা বা হোৱা৷
lasting or existing all through somebody's life; lasting a lifetime
- চিৰজীৱীsi.ro.ji.biProper Adj.
মৃত্যু নোহোৱা; যি চিৰকাল জীয়াই থাকে
having no death; who lives forever
- চিৰঞ্জীবcirañjībaAdjective
চিৰঞ্জীবী।
- চিৰঞ্জীৱsi.ron.jibProper Adj.
মৃত্যু নোহোৱা; যি চিৰকাল জীয়াই থাকে
having no death; who lives forever
- চিৰঞ্জীৱীsi.ron.ji.biProper Adj.
মৃত্যু নোহোৱা; যি চিৰকাল জীয়াই থাকে
having no death; who lives forever