কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাঠ-কুঠাৰkāṭha-kuṭhāraAdjective
বৰ কিৰ্পিণ; চিকটা; বান্ধকানি
miserly; close-fisted
- কাঠ-বাঁজীkāṭha-bām̐jīAdjective
মুঠেই সন্তান বা পোবালি নোহোবা (তিৰোতা বা মাইকী জন্ত্ত); "তই বিয়ৈ-বাঁজীঃ জীয়েৰ কাঠ-বাঁজীঃ কি কৈ নাতিনী পালি" (ফুলকোঁবৰৰ গীত)।
wholly barren, said of a woman or the female of an animal
- কাঠচিতkath.sitProper Adj.
দুখ বা কষ্ট দিয়া।
inflicting pain or suffering.
- কাঠচিতীয়াkath.si.ti.yaProper Adj.
দুখ বা কষ্ট দিয়া।
inflicting pain or suffering.
- কাঠবিড়ালProper Adj.
বেলেগ বেলেগ আকাৰ বা পৰিমাণ বিশিষ্ট৷
Not equal in size, amount etc
- কাঠবিড়ালীProper Adj.
বেলেগ বেলেগ আকাৰ বা পৰিমাণ বিশিষ্ট৷
Not equal in size, amount etc
- কাঠিয়কkāṭhiẏakaAdjective
কাঠী-কামীৰ কামত অৰ্থাৎ পাচি-খৰাহি আদি সজা কামত পাৰ্গত; কটা, চঁচা আদি কামত নিপুণ
skilled in handicraft
- কাঠৰ কঠুৱাka.thor ko.thu.waProper Adj.
দুখ বা কষ্ট দিয়া।
inflicting pain or suffering.
- কাঠৰ-কঠুবাkāṭhara-kaṭhubāAdjective
কাঠতকৈও কঠোৰ; নিমৰমিয়াল
very cruel
- কাণ তাল মৰাkan tal mo.raProper Adj.
কাণেৰে নুশুনা অৱস্থা কৰিব পৰা (উচ্চ ধ্বনি)
excessively loud so as to cause temporary loss of hearing
- কাণ সমনীয়াkan xo.mo.ni.yaProper Adj.
জীৱন বা বিকাশৰ প্ৰথম অথবা আদি স্তৰ
being in the first or early stage of life or growth
- কাণ-গধুৰkāṇa-gadhuraAdjective
কাণেৰে কম শুনা
short of hearing
- কাণ-দুবৰীয়াkāṇa-dubarīẏāAdjective
কাণি-দুবৰীয়া।
- কাণ-বাগৰাkāṇa-bāgarāAdjective
এজনৰ কাণৰপৰা আন এজনৰ কাণলৈ বাগৰি যোবা; আৰ কাণে তাৰ কাণে শুনা
hearsay
- কাণ-মূৰ থিয়kan-mur thi.yoProper Adj.
সদায় সম্ভাৱ্য বিপদ সম্পৰ্কে সচেতন
always mindful of possible trouble
- কাণ-মূৰ-থিয়kāṇa-mūra-thiẏaAdjective
সজাগৰ
watchful; attentive
- কাণ-মূৰীয়াkāṇa-mūrīẏāAdjective
কাণ আৰু মূখ বা মূৰৰ সমান হৈ ভৰা (চৰু, পাচি আদি); যেনে-"কাণ-মূৰীয়া এপাচি ধান; "
full of the brim
- কাণকটাkāṇakaṭāAdjective
যাক কাণ কাটি এবাৰ অপমান বা লাজ দিয়া হৈছে; নিলাজ; মান-অপমানলৈ ভয় নকৰা
having the ears slit or cut for wickedness; hence, shameless
- কাণতলীয়াkāṇatalīẏāAdjective
কাণৰ তললৈকে জোৰা; পূৰ্ণহতীয়া (চৰ)
smart (slap)
- কাণসমনীয়াkan.xo.mo.ni.yaProper Adj.
প্ৰায় সমান বয়স আৰু আকাৰৰ
of equel stature or size