← ফুৰি যাওক

কাঠিয়ক

kāṭhiẏaka

অৰ্থ

1.

কাঠী-কামীৰ কামত অৰ্থাৎ পাচি-খৰাহি আদি সজা কামত পাৰ্গত; কটা, চঁচা আদি কামত নিপুণ

skilled in handicraft

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাঠিয়ক · অসমীয়া অভিধান