কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শস্য-শুংMaterial Noun
উদ্ভিদৰ গাত থকা নোমজাতীয় শুং
a bristle-like appendage of a plant
- শস্যকলাxo.syo.ko.laAbstract Noun
শস্যত অঁকা বা খেতিত কৰা কলাত্মক অংকণ, কাম৷
something artistic done on/at the crops/paddy field.
- শস্যক্ষেত্ৰMaterial Noun
a land suitable for or where various grain or vegetables are cultivated
- শস্যকৰ্ত্তনীxo.syo.kor.to.niMaterial Noun
মুখত দাঁৰ থকা ধান দোৱা, খেৰ আদি কটা কটাৰী৷
A hand-held agricultural tool with a curved blade typically used for harvesting grain crop or cutting grass for hay.
- শস্যবিজ্ঞানAbstract Noun
শস্য উৎপাদনৰ ব্যৱস্থাপনা আৰু কৃষি-অৰ্থনীতি বিষয়ক অধ্যয়ন
studies of crop production management and agro-economics
- শস্যবিজ্ঞানীCommon Noun
শস্যবিজ্ঞান অৰ্থাৎ শস্য পামৰ সৈতে জড়িত বিদ্যাৰ অধ্যয়ন বা গৱেষণা কৰা ব্যক্তি
a scientist who works in agronomy, the science of crop farming
- শস্যবিদCommon Noun
শস্যবিজ্ঞান অৰ্থাৎ শস্য পামৰ সৈতে জড়িত বিদ্যাৰ অধ্যয়ন বা গৱেষণা কৰা ব্যক্তি
a scientist who works in agronomy, the science of crop farming
- শস্যভাণ্ডাৰMaterial Noun
A storehouse for threshed grain
- শস্যাগাৰxois.sa.garMaterial Noun
A storehouse for threshed grain
- শস্যাৱৰ্তনxo.sya.wor.tonVerbal Noun
একেখন পথাৰতে বিভিন্ন ঋতুত ক্ৰমান্বয়ে ভিন-ভিন শস্যৰ খেতি কৰা প্ৰণালী।
the practice of growing a series of dissimilar types of crops in the same space in sequential seasons for various benefits such as to avoid the build up of pathogens and pests that often occurs when one species is continuously cropped. Crop rotation also seeks to balance the fertility demands of various crops to avoid excessive depletion of soil nutrients.
- শস্যাৱৰ্ত্তনxo.sya.wor.tonVerbal Noun

- শহśahaNoun
শস্য।
- শহাśahāNoun
পাছ ঠেঙেৰে জঁপিয়াই ফুৰা মেকুৰীৰ নিচিনা কিন্ত্ত দীঘলকণীয় এবিধ জন্ত্ত
a hare; Lepus ruficavetalus
- শহা-পহুśahā-pahuNoun
পাছ ঠেঙেৰে জঁপিয়াই ফুৰা মেকুৰীৰ নিচিনা কিন্ত্ত দীঘলকণীয় এবিধ জন্ত্ত
a hare; Lepus ruficavetalus
- শহাপহুxo.ha.po.huCommon Noun
লেপ’ৰাইডি পৰিয়ালৰ, বিশেষকৈ লেপাছ জাতিৰ অন্তৰ্গত বহুবিধ শাকাহাৰী প্ৰাণীৰ এবিধ
Any of several plant-eating animals of the family Leporidae, especially of the genus Lepus
- শহুৰśahuraNoun
স্বামী বা ভাৰ্য্যাৰ ব পেক
a father-in-law
- শাঁওśām̐oNoun
গ্ৰহণী-ৰোগত শৌচৰ লগত ওলোবা পিছল বস্ত্ত
mucus
- শাঁও-বৰণśām̐o-baraṇaNoun
মিঠা বৰণ; বৰ বগা নোহোবা বৰণ
fair colour; a light dark colour
- শাঁকśām̐kaNoun
শঙ্খৰ খাৰু; সধবা বা বিবাহিত অবস্হা; যেনে-"যাৰ যহত শাঁখ-সিন্দুৰ, তাক পাতিছে ভোকোৰা এন্দুৰ"; শাঁকে-সেন্দুৰে ক্ৰি. বিণ. আয়তী অবস্হাতে; সধবা অবস্হাতে
with husband alive
- শাঁক-ৰাজśām̐ka-rājaNoun
"শঁকা" চোবাঁ।