কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰোমান্তিকro`.man.tikProper Adj.
যি ৰমন্যাসবাদৰ স’তে জড়িত
anything related to the particular literary genre, romanticism
- ৰোষীroṣīAdjective
খঙাল; অলপতে খং উঠা
irritable
- ৰোৱতীro`.wo.tiProper Adj.
ধান ৰুবৰ যোগ্য সাৰুৱা মাটি ৷
Fit for lowland paddy cultivation.
- ৰৌদ্ৰদ্বীপ্তProper Adj.
ৰ’দত জিলিকি থকা
appearing bright and glossy on sunshine
- ৰৌদ্ৰোজ্জ্বলrou.dro`j.jwolProper Adj.
ৰ’দত জিলিকি থকা
appearing bright and glossy on sunshine
- ৰৌঢ়িrauṛhi
বৰকৈ প্ৰকাশ হোবা কথা
anything widely rumoured
- ৰৰৈয়াraraiẏāAdjective
লাহে লাহে চলা; মৱদুভাবে বোবা
blowing gently; flowing slowly
- ৰ’দঘাইrod.ghaiProper Adj.
ভালকৈ ৰ’দ পৰা বা সূৰ্য্যৰ পোহৰ আৰু তাপ পৰা ঠাই৷
A place exposed to, lighted, or warmed by the direct rays of the sun.