কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বাখৰ-লগোৱাba.khor-lo.go`.waAdjective Adj.
ৰত্নৰে শোভিত৷
something adorned or decorated with jewels.
- বাখৰামbākharāmaAdjective
বাখৰ খুওবা; বাখৰ পতা
inlaid with precious stone
- বাখৰামিbākharāmiAdjective
বাখৰ খুওবা; বাখৰ পতা
inlaid with precious stone
- বাখৰুবাbākharubāAdjective
বাখৰামি; বাখৰ-পতা; বাখৰ-লগোবা
set with precious stones
- বাখৰুৱাba.kho.ru,waAdjective Adj.
ৰত্নৰে শোভিত৷
something adorned or decorated with jewels.
- বাগ-গঁতীয়াbag-go¬.tiyaProper Adj.
এফালে কান্ধৰ ওপৰৰপৰা আনফালে গাৰ দাঁতি বা কাষলতিৰ তলেদি ওলমাই।
extending from the shoulder on one side to the side of the body on the other.
- বাগগতীয়াbāgagatīẏāAdjective
"ঘাগৰিগতীয়া" চোবাঁ।
- বাগাড়ম্বৰহীনAdjective Adj.
using very few words to say something.
- বাগি ধৰাba.gi dho.raVerbal Adj.
লগৰজনে সহযোগ বা সহায় নকৰিলে নিজেও কৰিবলৈ মান্তি নোহোৱা৷
refusing to do a work unless others also assist or co-operate.
- বাগিয়াৰ
টেঙৰ মানুহ
an artful person
- বাগ্ বিদগ্ধbag bi.dog.dhoProper Adj.
যুক্তিৰে মনত লগাকৈ কথা ক’ব পৰা লোক |
Having or exercising the power of fluent, forceful, and appropriate speech.
- বাগ্দত্তাbāgdattāAdjective
বাক্ বা বাক্যৰ দ্বাৰা দত্তা বা দান কৰা; মুখেৰে দিম বোলা; দিম বুলি বাক্য দিয়া (বিশেষকৈ ছোবালী)
promised, especially as a girl in marriage; betrothed
- বাগ্মীbāgmīAdjective
কথা কোবাত পটু
eloquent; oratorial
- বাগ্মীবৰbag.mi.borProper Adj.
যুক্তিৰে মনত লগাকৈ কথা ক’ব পৰা লোক |
Having or exercising the power of fluent, forceful, and appropriate speech.
- বাঘে খোবাbāghe, khobāAdjective
বাঘৰ পেটলৈ যোবাৰ উপযুক্ত; হতশ্ৰী হোবা
damned
- বাঙ্ময়bāṅmaẏaAdjective
কথাৰে প্ৰকাশ কৰিব পৰা।
- বাচকbācakaAdjective
বুজোবা (অন্য শব্দৰ পাছত যোগ কৰা হয়); যেনে-"বিশেষ্যবাচক"
signigying; expressing
- বাচনিকAdjective
মুখেৰে কোবা; মৌখিক
verbal; oral
- বাচ্যbācyaAdjective
ক'বৰ যোগ্য
fit to be spoken
- বাছকবনীয়াbāchakabanīẏāAdjective
ভালকৈ বাছি লোবা; ভালতকৈও ভাল; অতি উত্তম
choicest