← ফুৰি যাওক

বাচ্য

bācya

অৰ্থ

1.

ক'বৰ যোগ্য

fit to be spoken

বিণ.

2.

যাৰ বিষয়ে কোবা যায়; যেনে-"অজ্ঞানী মানুহ পশু শব্দৰ বাচ্য"

that which is spoken anout

বি.

3.

ব্যাকৰণত ক্ৰিয়াৰ অবস্হা-বিশেষ; "কৰ্ত্তৱবাচ্য"

the voice of a verb

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বাচ্য · অসমীয়া অভিধান