কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বাহান্bāhānTransitive verb
বান্; যেনে-"বাহানে পতান যেন তণ্ডুলক আশে" (কীৰ্ত্তন)।
- বাহাল থাক্Verb-Trans.
বিৰতি নোহোৱাকৈ অটুট ৰাখ
To go on or to keep up without break
- বাহাল ৰাখ্ba.hal rakhVerb-Trans.
বিৰতি নোহোৱাকৈ অটুট ৰাখ
To go on or to keep up without break
- বাহিৰ কৰ্ba.hir korVerb-Intran.
কোনো ঠাইৰ পৰা কাৰোবাক/কিহবাক জোৰ কৰি উলিয়াই দিয়া
to force somebody or something out of somewhere
- বাহিৰ ফুৰ্ba.hir phurVerb-Intran.
To pass solid or semi-solid waste matter from the body
- বাহিৰ হba.hir hoVerb-Intran.
(কোনো স্থানৰ পৰা) বাহিৰলৈ আহ্
to get out (of some place)
- বাহিৰেbāhireAdverb
বাজফালে
on the outside
- বাহিৰেওba.hi.reo`Adverb
যি ইতিমধ্যে কোৱা হৈছে, তাতকৈও অধিক৷
apart from whatever is said
- বাহীAdverb
গাই ৰাতিপুবা গা নোধোবাকৈ
without bathing in the morning
- বাহী মুখেAdverb
ৰাতিপুবা মুখ নোধোবাকৈ
without washing the mouth in the morning
- বাহী-মুখেba.hi-mu.kheAdverb
ৰাতিপুৱা মুখ নোধোৱাকৈ৷
without washing the mouth in the morning.
- বাহুবন্ধনba.hu.bon.dhonVerbal Noun
দুই হাতেৰে মেৰাই বুকুত হেঁচা মাৰি ধৰি মৰম-চেনেহ প্ৰকাশ কৰা কাৰ্য্য।
an act or instance of taking or clasping in the arms; pressing to the bosom.
- বাহুল্য কৰba.hu.lyo korVerb-Trans.
কোনো কথাৰ বিষয়ে বহলাই কোৱা৷
to talk about something in detail in order to make people understand
- বাহুল্যকৈAdverb
অধিক বা দীঘলীয়াকৈ।
- বাহুল্যৰূপেAdverb
অধিক বা দীঘলীয়াকৈ।
- বাহুৰ্bāhurIntransitive verb
উলটি আহ্; যেনে-"বাহুৰি আবব কৱষ্ণ ভেটৰো দুনাই" (বৰগীত); সক. ধা. বাহুৰা(-ড়া) ওভতাই দি; নাইকিয়া কৰ্ (জন্ম); যেনে-"ভগবন্ত ভজিয়া জনম বাহুড়াবে" (নামঘোষা)।
- বাহ্যিকতা কৰ্ba.jyi.ko.ta korVerb-Intran.
আনক দেখুৱাবলৈ ভাও ধৰি কোনো কাৰ্য্য কৰ্
to be ostentatious about (given to pretentious or conspicuous show in an attempt to impress others)
- বাহ্যিকভাৱেba.jyik.bha.beAdverb
বাহিৰে বাহিৰে থকা বা চোৱা বিষয়ক৷
relating to, existing on, or connected with the outside or an outer part.
- বাহৰ পাত্ba.hor patVerb-Trans.
অস্থায়ী ভাৱে থাকিবলৈ তম্বু/ঘৰ সাঁজ ৷
Establish or set up a tent for temporary shelter.
- বাঢ়্bāṛhIntransitive verb
বৱদ্ধি হ; সৰহ বা ডাঙৰ হ
to increase; to grow bigger