← ফুৰি যাওক

বাহুৰ্

bāhur

অৰ্থ

1.

উলটি আহ্; যেনে-"বাহুৰি আবব কৱষ্ণ ভেটৰো দুনাই" (বৰগীত); সক. ধা. বাহুৰা(-ড়া) ওভতাই দি; নাইকিয়া কৰ্ (জন্ম); যেনে-"ভগবন্ত ভজিয়া জনম বাহুড়াবে" (নামঘোষা)।

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বাহুৰ্ · অসমীয়া অভিধান