কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দেশদ্ৰোহিতাde.xo.dro`.hi.taVerbal Noun
নিজ দেশৰ প্ৰতি বিদ্ৰোহ আচৰণ কৰা বা নিজ দেশৰ ক্ষতি কৰাৰ প্ৰচেষ্টা কৰা কাৰ্য্য
a violation of allegiance to one's sovereign or to one's state; treachery to one's country or its government
- দেশান্তৰকৰণde.xan.tor.ko.ronVerbal Noun
নিজ দেশৰপৰা বহিষ্কাৰ কৰা কাৰ্য্য বা অৱস্থা
the state of being barred from one`s native country
- দেশান্তৰিতde.xan.to.ritVerbal Adj.
কৰ্ত্তৃত্বশীল ভাৱে আন এখন দেশলৈ খেদি পঠোৱা বা দেশৰ বাহিৰ কৰি দিয়া
expelled from or relegated to a country or place by authoritative decree
- দেশান্তৰী কৰ্de.xon.to.ri korVerb-Trans.
আনুষ্ঠানিক আদেশেৰে কোনো দেশ বা স্থান পৰিত্যাগ কৰিবলৈ বাধ্য কৰা
To force to leave a country or place by official decree; exile.
- দেশে দেশেAdverb
প্ৰত্যেক দেশতে; সকলো দেশতে
in every country
- দেশৰde.xorAdverb
অধিক পৰিমাণে থকা বা কিবা উপাৰ্জন কৰা৷
in large number or quantity.
- দেশৰ মানেde.xor ma.neAdverb
অধিক পৰিমাণে থকা বা কিবা উপাৰ্জন কৰা৷
in large number or quantity.
- দেহাৱসান ঘট্de.ha.wo.xan ghotVerb-Intran.
কোনো জীৱিত বস্তুৰ জৈৱিক কাৰ্যকলাপবোৰ বন্ধ হৈ যোৱা অৱস্থা৷
The termination of all biological functions that sustain a living organism.
- দেহে কেহে লাগ্de.he ke.he lagVerb-Intran.
একান্তভাৱে কোনো কামত নিয়োজিত হ
To give or apply (one's time, attention, or self) entirely to a particular activity, pursuit, cause, or person
- দেহে-কেহেdehe-keheAdverb
দেহ আৰু মন সম্পূৰ্ণকৈ খটাই; কায়- মনোবাক্যে; প্ৰাণপণে
heart and soul
- দেহ্dehTransitive verb
দি।
- দেয়াVerb-Trans.
ভজা বস্ত কেৰাহীত লাগি কলা হ, দেৰি যোৱা
To overcook into charcoal
- দেৰদেৰাderaderāIntransitive verb
ছাল চিগি বা খোঁচনি-বিন্ধনি লাগি ঠেৰেঙা লগা যেন বোধ কৰ্
to have a chilling or piercing sensation
- দেৰী কৰ্de.ri korVerb-Intran.
To fail to keep up with time
- দেৱোত্তৰde.bo`t.torVerbal Adj.
মন্দিৰ বা সত্ৰলৈ কৰবিহীনভাৱে আগবঢ়োৱা (মাটি)
(land) granted free of taxes to a temple or 'xatra'
- দৈ তোল্doi. to`lVerb-Trans.
(বাঁহৰ) সৰু সৰু কাঠী তৈয়াৰ কৰ্।
to split (bamboo) into small strips.
- দৈ মাৰ্doi marVerb-Intran.
দৈ-লৈ ৰূপান্তৰিত হ বা টেঙা হ (গাখীৰৰ ক্ষেত্ৰত)
to change into curd and become sour (as milk)
- দৈবক্ৰমেAdverb
অকস্মাৎ; কপালৰ ফেৰত; দুৰ্ব্বিপাকত
by chance; fatefully
- দৈববশেAdverb
দৈবযোগে; অকস্মাত্।
- দৈবযোগেAdverb
অকস্মাৎ; কপালৰ ফেৰত; দুৰ্ব্বিপাকত
by chance; fatefully