কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কামোন্মভতাVerbal Noun
তিৰোতাৰ মতাৰে অথবা মতাৰ তিৰোতাৰে সৈতে বাস কৰিবৰ প্ৰবল ইচ্ছা|
Uncontrolled or illicit sexual desire or appetite.
- কাম্প্kāmpIntransitive verb
কঁপ্।
- কালক্ৰমতAdverb
এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।
from one stage to the next in sequence.
- কালক্ৰমেkālakrameAdverb
ক্ৰমশঃ; লাহে লাহে; সময়ত; কাল বা সময়ৰ গতিত
in course of time
- কালগ্ৰস্তka.lo.gros.toVerbal Adj.
কোনো কাৰণত ধ্বংস, নষ্ট বা নিৰ্মূল হোৱা।
rendered useless by breaking or destroying by any means.
- কালযাপনkal.ja.ponVerbal Noun
কোনো নিৰ্দ্দিষ্ট ধৰণে বা নিৰ্দ্দিষ্ট ঠাইত (সময়) কটোৱা কাৰ্য্য
the act of passing (time) in a particular manner, place, etc
- কাললৈkālalaiAdverb
ভবিষ্যতলৈ; পাছলৈ; সময়ত
for future; afterwards; in time
- কালহৰণVerbal Noun
অবাবত সময় নষ্ট কৰা কাৰ্য
passage of time with no productive activities
- কালিয়-দমনka.li.yo-do.monVerbal Noun
কালিয় সৰ্পক বশ কৰা কাৰ্য্য, শ্ৰীকৃষ্ণৰ হাতত কালিয় সাপৰ পৰাজয় এই বিষয়ৰ এক অভিনয়৷
Kaliya Daman is a significant event in the Mahabharata, marking Lord Krishna`s triumph over a poisonous serpent named Kaliya; the name of a play.
- কালিয়নে কিন্ka.li.yo.ne kinVerb-Trans.
ধাৰলৈ (বস্তু) কিন্; লগে-লগে মূল্য নিদিয়াকৈ ক্ৰয় কৰ্
to buy without immediate payment
- কাষ চাপkax sapVerb-Intran.
সময় অথবা স্থানৰ পৰিবৰ্তন হৈ ওচৰলৈ/কাষলৈ আহ্ ৷
To come near or nearer, as in space or time.
- কাষি-দুৱৰীকৈka.xi-du.wo.ri.koiAdverb
অলপকৈ মেলি (দুৱাৰৰ ক্ষেত্ৰত খাটে)
Neither entirely open nor entirely shut; partly open.
- কাষেkāṣeAdverb
পাৰ্শ্বে; ওচৰে; দাঁতিয়ে; কাষৰেদি
by the side of; by
- কাষে কাষেka.xe.ka.xeAdverb
কাৰোবাৰ বা কিহবাৰ কাষত (থকা, যোৱা)৷
(to do /stay) next to or in contact with something/somebody.
- কাষে-পাঁজৰেkāṣe-pām̐jareAdverb
দাঁতিয়ে
side- ways; by the side of
- কাষেদিka.xe.diVerbal Adj.
by the side of, by the edge of.
- কাষ্ঠ-সংস্কাৰ কৰ্Verb-Trans.
(শৱদেহ) জুইত পুৰি দাহ কৰ্
to reduce (a dead body) to ashes by fire, especially as a funeral rite
- কাষৰি কাট্Verb-Intran.
এফলীয়া কাটি গুচি যা অথবা আঁতৰৰে পৰা আন এফালে গতি কৰ্।
to keep at a distance or to take another direction at a distance.
- কাষৰে-পাঁজৰেkāṣare-pām̐jareAdverb
দাঁতিয়ে
side- ways; by the side of
- কাহ মাৰ্kah marVerb-Intran.
ডিঙিৰ সুৰসুৰনি মাৰিবলৈ সশব্দে বতাহ উলিয়া
to expel air from the lungs suddenly with a harsh noise, often involuntarily.