কালক্ৰমত
অৰ্থ
1.
এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।
from one stage to the next in sequence.
ক্ৰিয়া বিশেষণ
সমাৰ্থক শব্দ
আস্তে-আস্তে · as.te-as.teএখোজ-দুখোজকৈ · e.kho’j-du.kho’j.koiএদেও-দুদেওকৈ · e.deo`-du.deo`.koiক্ৰমাগতভাৱে · kro.ma.go.to.bha.beক্ৰমে-ক্ৰমে · kro.me-kro.meখাপে-খাপে · kha.pe-kha.peঢাপে ঢাপেতালকে-তালকে · ta.lo.ke-ta.lo.keতিল্ তিল্কৈ · til.til.koiথিৰে-জুৰে · thi.re-ju.reদিনে-দিনে · di.ne-di.neদোপত-দোপে · do’.pot-do’.pe
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ