কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গনপাৎCommon Noun
খাদ্যত সুগন্ধিৰূপে ব্যৱহাৰ কৰা এবিধ গছৰ পাত।
The dried aromatic leaf of the laurel or bay (Laurus nobilis) used as a seasoning in cooking.
- গনসাৰganasāraNoun
গন্ধসৰৈ।
- গন্Abstract Noun
গোন্ধ অনুভৱ কৰা সংবেদন বা অনুভূতি
The sense by which odors are perceived
- গন্তব্যস্থলgon.to.byo.stholAbstract Noun
কোনো যাত্ৰাৰ অন্তত উপস্থিত হব লগা স্থান; কোনো কাৰ্যৰ অন্তিম লক্ষ
the place designated as the end, The ultimate goal for which something is done
- গন্তব্যস্থানgon.to.byo.sthanAbstract Noun
কোনো যাত্ৰাৰ অন্তত উপস্থিত হব লগা স্থান; কোনো কাৰ্যৰ অন্তিম লক্ষ
the place designated as the end, The ultimate goal for which something is done
- গন্তিgantiNoun
লেখ কৰা কাৰ্য্য
the act of counting
- গন্তি-বহীganti-bahīNoun
প্ৰত্যেক মানুহ বা বনুবাই দিনে দিনে কৰা কামৰ খোলোচা লিখি ৰখা বহী
a register showing the particulars of work day by day
- গন্ধgandhaNoun
নাকেৰে পোবা বোধ; ঘ্ৰাণ
smell; odour
- গন্ধNoun
অধিবাস; কোনো উৎসবৰ আৰম্ভণ; যেনে-"গন্ধৰ গীতক গাই আসিল আপুন ঠাই" (শঙ্কৰ-চৰিত)।
- গন্ধ কলাইgon.dho ko.laiMaterial Noun
কেতবোৰ মৃগ জাতীয় জন্তুৱে উৎপাদন কৰা অতি তীব্ৰ গোন্ধ থকা এবিধ দ্ৰব্য
a secretion produced by animals having a strong smell
- গন্ধ-অধিবাসgandha-adhibāsaNoun
বিয়া, পূজা আদিত ফুল চন্দন আদিৰে কৰা এক সংস্কাৰ।
- গন্ধ-চন্দনgandha-candanaNoun
পিহি লেউ-লেবা কৰা চন্দন
sandal wood reduced to a paste
- গন্ধ-চামাgandha-cāmāNoun
কচু জাতিৰ এবিধ বন; "শ্যামা-কচু" চোবাঁ।
- গন্ধ-তেলgandha-telaNoun
মচলা মিহলাই সুগন্ধি কৰা তেল
sweet scented oil
- গন্ধ-পহুgandha-pahuNoun
নাইত গন্ধকলাই উৎপন্ন হোবা জাতিৰ পহু; কস্তূৰী- পহু
the musk-deer
- গন্ধ-পাতgandha-pātaNoun
তেজপাত।
- গন্ধ-পুষ্পgandha-puṣpaNoun
জাতি-চন্দনেৰে মিহলি ফুল
flower mixed with sandal-wood paste
- গন্ধ-বণিকgandha-baṇikaNoun
সুগন্ধি বস্ত্ত বেচা ব্যবসায়ী।
- গন্ধ-বিৰিণাgandha-biriṇāNoun
গান্ধ-বিৰিণা।
- গন্ধকgandhakaNoun
উগ্ৰ গন্ধ থকা আৰু জুই লগা এবিধ আকৰত হোবা হালধীয়া বৰণৰ বস্ত্ত
sulphur