কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সন্দেহজনকAdjective
সন্দেহ বা সংশয় জন্মোবা
doubtful; suspicious
- সন্দেহবাদীxon.deh.ba.diProper Adj.
আন ব্যক্তি, ধাৰণা, ইত্যাদিক অবিশ্বাস কৰাৰ প্ৰৱণতা থকা
tending to mistrust people, ideas, etc, in general
- সন্দেহযুক্তxon.deh.juk.toProper Adj.
অবিশ্বাস বা আস্থাহীনতাৰ ভাৱ সৃষ্টি কৰা
Causing distrust or disbelief
- সন্দেহাতীতxon.de.ha.titProper Adj.
Having no dount left, what can not be doubted at all.
- সন্দেহৰ অৱকাশAdjective
To believe something good about someone, rather than something bad, when you have the possibilities of doing either” or “to trust someone even though you are not certain about the truth.
- সন্ধানকাৰীVerbal Adj.
যি কোনো তথ্য বা বস্তুৰ সন্ধান বা বিচাৰ-খোচাৰ কৰে
one who searches for something
- সন্ধানহীনxon.dhan.hinProper Adj.
বিচাৰি নোপোৱা বা হেৰাই যোৱা অৱস্থা
become untraceable; not being able to be found
- সন্ধিগ্ধsandhigdhaAdjective
সন্দেহযুক্ত; আশঙ্কাযুক্ত
suspicious; doubting
- সন্নিতsannitaAdjective
সন্নিহিত।
- সন্নিবিষ্টsannibiṣṭaAdjective
প্ৰবিষ্ট বা ভালকৈ প্ৰবেশ কৰা; সুমোবা; . বি. সন্নিবেশ।
inserted; entered into
- সন্নিভProper Adj.
আন কিহবাৰে সৈতে কিবা মিল থকা, তুলনা কৰিব পৰা
similar in some way to another thing, compara
- সন্নিহিতsannihitaAdjective
নিকটবৰ্ত্তী; ওচৰৰ; ওচৰত থকা
proximate; near
- সন্নিৱিষ্টxon.ni.wis.toVerbal Adj.
গোট বা তালিকাত ভৰোৱা বা ধৰা হোৱা
(something/somebody) kept into account in a group or list
- সন্মতxon.motProper Adj.
কোনো কথা বা কামত সকলোৱে একে সিদ্ধান্ত উপনীত হোৱা।
In a state of being agreeing upon.
- সন্মতজনকAdjective
যিটো বা যাৰ লগত মনে মিলিছে বা ৰাজী হ’ব পাৰি৷
one that can be agreed upon.
- সন্মানজনকxon.man.jo.nokProper Adj.
বয়স বা প্ৰভাৱশালী ব্যক্তিত্বৰ বাবে সন্মান পোৱাৰ যোগ্য
commanding respect because of great age or impressive dignity
- সন্মানসূচকxon.man.xu.sokProper Adj.
সন্মানৰ চিন স্বৰূপে
attributing honour, as a sign of honour
- সন্মানীয়xon.ma.ni.yoProper Adj.
বয়স বা প্ৰভাৱশালী ব্যক্তিত্বৰ বাবে সন্মান পোৱাৰ যোগ্য
commanding respect because of great age or impressive dignity
- সন্মিলিতxon.mi.li.toProper Adj.
বিভিন্ন অংশ (যন্ত্ৰ-পাতিৰ ক্ষেত্ৰত) অথবা সদস্য লগ লাগি একে লগ হোৱা |
Create by putting components or members together.
- সন্মুখবৰ্তীxon.mukh.bor.tiProper Adj.
কোনো এজনৰ মুখৰ সমুখৰফালে থকা বা সেই দিশৰ পৰা চোৱা
seen from or related to the front part of one's face