অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
অসমীয়া বা ৰোমান আখৰ (যেনে ksara), নাইবা ইংৰাজী অৰ্থৰ শব্দ (যেনে king) লিখক।
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
দৃশ্যমান তৰঙ্গ দৈৰ্ঘ্যৰ সকলো ৰঙকে প্ৰতিফলিত কৰা বস্তুৰ বৰণ; ক’লা ৰঙৰ পৰিপূৰক বা বিপৰীত
the color of objects that reflect nearly all light of all visible wavelengths; the complement or antagonist of black, the other extreme of the neutral gray series. Although typically a response to maximum stimulation of the retina, the perception of white appears always to depend on contrast.