কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চিন দেVerb-Trans.
তাঁত বাতি টানাৰ পিছত কাপোৰ দৈৰ্ঘ্যৰ অনুপাতে চিন বা দাগ দিয়া৷
Drawing of a dot or line to indicate a measure on a surface.
- চিন-মোকাম নোহোৱা কৰ্sin-mo`.kam no`.ho`wa korVerb-Trans.
কিবা বেয়া, অনিষ্টকাৰী বস্তুক সম্পূৰ্ণভাবে নাইকীয়া ধ্বংস কৰা যাতে সি পুনৰায় অপকাৰ কৰিব নোৱাৰে৷
to destroy something completely.
- চিনাTransitive verb
এইটোকে সেইটো বুলি জনা; পৰিচয় কৰাই দি; . কৱদ
to cause to be recognised; to introduce
- চিনাক্ত কৰ্si.nak.to korVerb-Trans.
কিহবাৰ বা কাৰোবাৰ পৰিচয় জান্
to recognize someone or something
- চিনাক্তকৰণsi.nak.to.ko.ronVerbal Noun
চিনাকি বা পৰিচয় নিশ্চিত কৰা কাৰ্য্য
Establishing identity or recognise
- চিনাক্তকৰণযোগ্যVerbal Adj.
চিনি পাব পৰা বা চিনাক্ত কৰিব পৰা
able to be recognized
- চিনাক্তকৰণসাধ্যVerbal Adj.
চিনি পাব পৰা বা চিনাক্ত কৰিব পৰা
able to be recognized
- চিনি পাsi.ni paVerb-Trans.
কিহবাৰ বা কাৰোবাৰ পৰিচয় জান্
to recognize someone or something
- চিনে-চাপেcine-cāpeAdverb
সম্পূৰ্ণ প্ৰমাণৰ দ্বাৰা; সকলো প্ৰকাৰ চিনেৰে মিল হৈ
exactly alike
- চিনে-চাবেcine-cābeAdverb
সম্পূৰ্ণ প্ৰমাণৰ দ্বাৰা; সকলো প্ৰকাৰ চিনেৰে মিল হৈ
exactly alike
- চিন্cinIntransitive verb
সেইটোবেই এইটো বুলি জান্ বা বুজ্; পৰিচয় পা
to recognise
- চিন্তা কৰ্sin.ta korVerb-Intran.
কোনো বিষয়ে যুক্তি বিচাৰ কৰ্
To reason about or reflect on sth
- চিন্তা-উদ্ৰেককাৰীsin.ta-u.drek.ka.riVerbal Adj.
চিন্তা ওপজাব পৰা বা চিন্তা কৰিবলৈ উদগনি যোগাব পৰা
stimulating interest or thought
- চিন্তাক্লিষ্টsin.ta.klis.toVerbal Adj.
কোনো ব্যক্তি বা বস্তুক লৈ হোৱা চিন্তা বা উৎকণ্ঠাত থকা
having an uneasy feeling arising out of worries, anxiety and concerns about something or somebody
- চিন্তাক্লিষ্টতাsin.ta.klis.to.taVerbal Noun
গভীৰ চিন্তাত মগ্ন হৈ থকা অৱস্থা
the condition of being occupied with or given to thought
- চিন্তাগ্ৰস্তsin.ta.gros.toVerbal Adj.
কোনো ব্যক্তি বা বস্তুক লৈ হোৱা চিন্তা বা উৎকণ্ঠাত থকা
having an uneasy feeling arising out of worries, anxiety and concerns about something or somebody
- চিন্তাগ্ৰস্ততাsin.ta.gros.to.taVerbal Noun
গভীৰ চিন্তাত মগ্ন হৈ থকা অৱস্থা
the condition of being occupied with or given to thought
- চিন্তাশূন্যsin.ta.xu.nyoVerbal Adj.
চিন্তা বা উদ্বেগ নথকা।
free from anxiety or disturbing thoughts.
- চিন্তাৱিষ্টsin.ta.wis.toVerbal Adj.
কোনো ব্যক্তি বা বস্তুক লৈ হোৱা চিন্তা বা উৎকণ্ঠাত থকা
having an uneasy feeling arising out of worries, anxiety and concerns about something or somebody
- চিন্তিVerb-Intran.
কাৰোবাৰ কথা বা কিবা ভাবি, চিন্তা কৰি
by thinking of someone or something